মাজুলী, ২৭ ফেব্ৰুৱাৰীঃ মঙলবাৰে মাজুলীত প্ৰতিবাদ সাব্যস্ত কৰে মাজুলী মহকুমা ছাত্ৰ সন্থাই। কেন্দ্ৰীয় চৰকাৰ বঞ্চনাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত আছুৰ। মাজুলী-নিমাতী সংযোগী দলং নিৰ্মাণ নকৰাৰ বাবে আছু কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ।
![etv bharat](https://etvbharatimages.akamaized.net/etvbharat/images/2566553_aaaaa.jpg)
শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদত। প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আজিৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে গণ্য কৰে আছুৱে।