ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত আম আদমী পাৰ্টীৰ প্ৰতিবাদ - মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলী

আম আদমী পাৰ্টীয়ে মাজুলীৰ গড়মূৰ সদৰত এক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে । আম আদমী পাৰ্টীৰ প্ৰতিবাদৰ মূল লক্ষ্য আছিল দিনক দিনে বৃদ্ধি হৈ অহা নিৱনুৱা সমস্যা দূৰ কৰা ।

aap
aap
author img

By

Published : Oct 31, 2020, 6:27 PM IST

মাজুলী, 31 অক্টোবৰ : মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত শনিবাৰে আম আদমী পাৰ্টীয়ে মাজুলীৰ গড়মূৰ সদৰত এক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে । আম আদমী পাৰ্টীৰ প্ৰতিবাদৰ মূল লক্ষ্য আছিল দিনক দিনে বৃদ্ধি হৈ অহা নিৱনুৱা সমস্যা দূৰ কৰা ।

মুখ্যমন্ত্ৰীৰ সমষ্টিত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

ৰাজ্যত যি হাৰত খাদ্য সামগ্ৰী দাম বৃদ্ধি পাইছে তাৰ ফলত সাধাৰণ জনতাই খাদ্য সামগ্ৰী কিনি খাব নোৱাৰা হৈছে । অতি সোনকালে মূল্য বৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায় দলটোৱে । অসমৰ বিভিন্ন ৰাজহুৱা সম্পত্তি চৰকাৰে ব্যক্তিগত খণ্ডক গটাই দিয়াক লৈও প্ৰতিবাদ স্থলীত ক্ষোভ ব্যক্ত কৰে প্ৰতিবাদ কাৰী সকলে । প্রতিবাদী লোকসকলে বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে গড়মূৰৰ পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : ৰঙিয়াত দুৰ্বৃত্তৰ গুলীচালনাত আহত গুৱাহাটীৰ ব্য়ক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.