ETV Bharat / state

মাজুলীত 65 সংখ্যক বন্যপ্ৰাণী সপ্তাহ পালন - 65th wild animal day at Majuli

বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বন সংমণ্ডলে আয়োজন কৰিলে বাটৰ নাট ৷ বাটৰ নাটে মুহিলে পথচাৰীক ৷

মাজুলীত 65 সংখ্যক বন্যপ্ৰাণী সপ্তাহ পালন
author img

By

Published : Oct 1, 2019, 10:27 AM IST

মাজুলী, 1 অক্টোবৰঃ মঙলবাৰে মাজুলীত অনুষ্ঠিত কৰা হৈছে 65 সংখ্যক বন্যপ্ৰাণী সপ্তাহ ৷ এই উপলক্ষে মাজুলী বন সংমণ্ডলে মাজুলীত সুদীৰ্ঘ সময় ধৰি চলি থকা হাতী-মানুহৰ সংঘাতক কেন্দ্ৰ কৰি "হাতী মানুহৰ সংঘাত আৰু নিৰাময়" বাণী লৈ পুৱাই অফলামুখ ফেৰী ঘাট, বনগাঁও চাৰিআলিকে ধৰি মাজুলীৰ বিভিন্ন স্থানত বাটৰ নাট পৰিবেশন কৰে ৷

মাজুলীত 65 সংখ্যক বন্যপ্ৰাণী সপ্তাহ পালন

উল্লেখ্য যে, মাজুলী মেৰাগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা নাটকে পথচাৰীক মুগ্ধ কৰে ৷ ইয়াৰোপৰি, বনবিভাগে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ বন্যপ্ৰাণী আৰু মানুহৰ সহাৱস্থানক লৈ ৰাইজক সজাগ কৰাৰ প্ৰয়াসেৰে মাজুলী বন বিভাগে এই পদক্ষেপ গ্ৰহণ কৰে ৷

Intro:## মাজুলীত ৬৫ সংখ্যক বন্যপ্ৰাণি সপ্তাহ পালনঃ
## বাটৰ নাটে মুহিলে বাটৰুৱাকঃ

VO.... আজি ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ। মাজুলী বন সংমণ্ডলে মাজুলীত সুদীৰ্ঘ সময় চলি থকা হাতী মানুহৰ সংঘাক লৈ " হাতী মানুহৰ সংঘাত আৰু নিৰাময়" বাণী লৈ আজি পূৱাই অফলামুখ ফেৰী ঘাট, বনগাঁও চাৰিআলি আদি কৈ মাজুলীৰ বিভিন্ন স্থানত বাটৰ নাটক পৰিবেশ কৰে। মাজুলী মেৰাগড় উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰৰিবেশন কৰা নাটকে পথচাৰীক মুগ্ধ কৰে। বন্যপ্ৰাণি আৰু মানুহৰ সহঅৱস্থাক লৈ ৰাইজক সজাগ কৰাৰ প্ৰয়াস মাজুলী বন বিভাগৰ। ইফালে মাজুলীৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজক অংশগ্ৰহণ কৰি কেইবাটাও কাৰ্যসূচী পালন কৰিছে।
বাইটঃ মাজুলী DFO.
বাইট 2Body:মাজুলীৰ পৰা যদুমণি শইকীয়া Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.