ETV Bharat / state

Rhino Terror in Majuli : 5 টাকৈ গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত মাজুলীবাসী

author img

By

Published : Nov 5, 2022, 10:53 AM IST

পাঁচটাকৈ গঁড়ৰ মুক্ত বিচৰণ মাজুলীৰ ভিন্ন চাপৰিত ৷ পগলা চাপৰিত ১ টা, মচুৱা চাপৰিত তিনিটা আৰু দক্ষিণ আঁহতগুৰিত ১ টা গঁড়ৰ মুক্ত বিচৰণ (Rhino terror in Majuli)৷

Rhino Terror in Majuli
5 টাকৈ গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত মাজুলীবাসী
  • পাঁচটাকৈ গঁড়ৰ মুক্ত বিচৰণ মাজুলীৰ ভিন্ন চাপৰিত (Rhino terror in Majuli)
  • পগলা চাপৰিত ১ টা, মচুৱা চাপৰিত তিনিটা আৰু দক্ষিণ আঁহতগুৰিত ১ টা গঁড়ৰ মুক্ত বিচৰণ
  • কাজিৰঙাৰ পৰা গঁড় পাঁচটা ওলাই অহাৰ সন্দেহ (Kaziranga national park)
  • গঁড়ৰ মুক্ত বিচৰণত আতংকৰ সৃষ্টি নামনি মাজুলী আৰু দক্ষিণ মাজুলীত (Rhino roams in Majuli)
  • ডেৰ মাহে বন বিভাগে খেদি পঠিয়াব পৰা নাই মাজুলীৰ চাপৰিত আশ্ৰয় লোৱা গঁড় কেইটাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.