ETV Bharat / state

অৰুণাচলত গ্ৰেপ্তাৰ দুই কিশোৰী সৰবৰাহকাৰীক

author img

By

Published : Jul 23, 2019, 4:54 PM IST

দুই কিশোৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ঘিলামৰা আৰক্ষীৰ ৷ অৰুণাচল আৰক্ষীৰ সহযোগত অভিযান চলায় আটক কৰে দুগৰাকীকৈ লোকক ৷

অৰুণাচলত গ্ৰেপ্তাৰ দুই কিশোৰী সৰবৰাহকাৰীক

ঢকুৱাখনা, 23 জুলাই : ঢকুৱাখনাৰ ঘিলামৰা থানাৰ আৰক্ষীয়ে মঙলবাৰে অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ কৰে দুই কিশোৰী সৰবৰাহকাৰীক । আৰক্ষী জালত পৰা সৰবৰাহকাৰী দুটা হ'ল ঘিলামৰাৰ মহমৰা দীঘলী পোলেন গোহাঁই আৰু পুলেনৰ পত্নী চুনো গোহাঁই । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ১৩ জুলাইত ঘিলামৰাৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী কিশোৰী । পৰিয়ালৰ লোকে আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত ঘিলামৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সন্দেহৰ আওতালৈ আনিছিল বিগত বাৰ বছৰৰ অধিক সময় পুলিচৰ ভয়ত ঘৰৰ পলাই থকা গুৰুতৰ অপৰাধী পোলেন গোহাঁইৰ ওপৰত ।

অৰুণাচলত গ্ৰেপ্তাৰ দুই কিশোৰী সৰবৰাহকাৰীক

কাৰণ সেই সময়ৰ পৰা নিৰুদ্দেশ হৈ আছিল পোলেনৰ ঘিলামৰাৰ ঘৰত থকা প্ৰথম পত্নীৰ এগৰাকী জীয়ৰী । ৰহস্যৰ পম খেদি ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া মোহনলাল মীনাৰ পৰামৰ্শ অনুসৰি ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত সোমবাৰে নিশা অৰুণাচল আৰক্ষীৰ সহযোগত অৰুণাচলত চলোৱা অভিযানত পানফেৰা জিলা দুইমুখ থানৰ ইয়ামপুৰ গাঁৱৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰা হয় । লগতে অপৰাধী পোলেন গোহাঁই আৰু দ্বিতীয় পত্নী চুনু গোহাঁইক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ প্ৰাৰম্ভিক তদন্তৰ পৰা জানিব পৰা মতে কিশোৰী গৰাকীক বিক্ৰীৰ বাবে নিয়া হৈছিল অৰুণাচলৈ ।

Intro:ঢকুৱাখনাৰ ঘিলামৰা থানাৰ আৰক্ষীয়ে আজি পুৱা অৰুণাচলৰ পৰা দুই কিশোৰী সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰে।আৰক্ষী জালত পৰা দুই সৰবৰাহ কাৰী হল ঘিলামৰাৰ মহমৰা দীঘলী পোলেন গোহাঁই আৰু পুলেনৰ পত্নী চুনো গোহাঁই।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ১৩ জুলাইত ঘিলামৰাৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী কিশোৰী।পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে ঘিলামৰা আৰক্ষীয়ে।তদন্ত সন্দেহৰ আওতালৈ আহিছিল বিগত বাৰ বছৰৰ অধিক সময় পুলিচৰ ভয়ত ঘৰৰ পলাই থকা গুৰুতৰ অপৰাধী ওচৰৰে পোলেন গোহাঁইৰ ওপৰত।কাৰণ সেই সময়ৰ পৰা নিৰুদ্দেশ হৈ আছিল পোলেনৰ ঘিলামৰা ঘৰত থকা প্ৰথম পত্নীৰ এগৰাকী জীয়ৰী।ৰহস্যৰ পম খেদি ঢকুৱাখনা মহকুমা মহকুমা আৰক্ষী বিষয়া মোহন লাল মীনা পৰামৰ্শ অনুসৰি ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত কালি নিশা অৰুণাচল ত অভিযান চলায়।অৰুণাচল আৰক্ষী ৰ সহযোগত চলোৱা অভিযানত পানফেৰা জিলা দুইমুখ থানৰ ইয়ামপুৰ গাঁবৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰে।লগতে অপৰাধী পোলেন গোহাঁই আৰু দ্বিতীয় পত্নী চুনু গোহাঁইক গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পৰা জনোৱামতে কিশোৰী গৰাকীক বিক্ৰীৰ বাবে নিয়া হৈছিল অৰুণাচলৈ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Body:ঢকুৱাখনাৰ ঘিলামৰা থানাৰ আৰক্ষীয়ে আজি পুৱা অৰুণাচলৰ পৰা দুই কিশোৰী সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰে।আৰক্ষী জালত পৰা দুই সৰবৰাহ কাৰী হল ঘিলামৰাৰ মহমৰা দীঘলী পোলেন গোহাঁই আৰু পুলেনৰ পত্নী চুনো গোহাঁই।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ১৩ জুলাইত ঘিলামৰাৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী কিশোৰী।পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে ঘিলামৰা আৰক্ষীয়ে।তদন্ত সন্দেহৰ আওতালৈ আহিছিল বিগত বাৰ বছৰৰ অধিক সময় পুলিচৰ ভয়ত ঘৰৰ পলাই থকা গুৰুতৰ অপৰাধী ওচৰৰে পোলেন গোহাঁইৰ ওপৰত।কাৰণ সেই সময়ৰ পৰা নিৰুদ্দেশ হৈ আছিল পোলেনৰ ঘিলামৰা ঘৰত থকা প্ৰথম পত্নীৰ এগৰাকী জীয়ৰী।ৰহস্যৰ পম খেদি ঢকুৱাখনা মহকুমা মহকুমা আৰক্ষী বিষয়া মোহন লাল মীনা পৰামৰ্শ অনুসৰি ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত কালি নিশা অৰুণাচল ত অভিযান চলায়।অৰুণাচল আৰক্ষী ৰ সহযোগত চলোৱা অভিযানত পানফেৰা জিলা দুইমুখ থানৰ ইয়ামপুৰ গাঁবৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰে।লগতে অপৰাধী পোলেন গোহাঁই আৰু দ্বিতীয় পত্নী চুনু গোহাঁইক গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পৰা জনোৱামতে কিশোৰী গৰাকীক বিক্ৰীৰ বাবে নিয়া হৈছিল অৰুণাচলৈ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।Conclusion:ঢকুৱাখনাৰ ঘিলামৰা থানাৰ আৰক্ষীয়ে আজি পুৱা অৰুণাচলৰ পৰা দুই কিশোৰী সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰে।আৰক্ষী জালত পৰা দুই সৰবৰাহ কাৰী হল ঘিলামৰাৰ মহমৰা দীঘলী পোলেন গোহাঁই আৰু পুলেনৰ পত্নী চুনো গোহাঁই।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ১৩ জুলাইত ঘিলামৰাৰ পৰা নিৰুদ্দেশ হৈছিল এগৰাকী কিশোৰী।পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে ঘিলামৰা আৰক্ষীয়ে।তদন্ত সন্দেহৰ আওতালৈ আহিছিল বিগত বাৰ বছৰৰ অধিক সময় পুলিচৰ ভয়ত ঘৰৰ পলাই থকা গুৰুতৰ অপৰাধী ওচৰৰে পোলেন গোহাঁইৰ ওপৰত।কাৰণ সেই সময়ৰ পৰা নিৰুদ্দেশ হৈ আছিল পোলেনৰ ঘিলামৰা ঘৰত থকা প্ৰথম পত্নীৰ এগৰাকী জীয়ৰী।ৰহস্যৰ পম খেদি ঢকুৱাখনা মহকুমা মহকুমা আৰক্ষী বিষয়া মোহন লাল মীনা পৰামৰ্শ অনুসৰি ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত কালি নিশা অৰুণাচল ত অভিযান চলায়।অৰুণাচল আৰক্ষী ৰ সহযোগত চলোৱা অভিযানত পানফেৰা জিলা দুইমুখ থানৰ ইয়ামপুৰ গাঁবৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰে।লগতে অপৰাধী পোলেন গোহাঁই আৰু দ্বিতীয় পত্নী চুনু গোহাঁইক গ্ৰেপ্তাৰ কৰে।আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পৰা জনোৱামতে কিশোৰী গৰাকীক বিক্ৰীৰ বাবে নিয়া হৈছিল অৰুণাচলৈ।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.