লখিমপুৰ, 22 অক্টোবৰঃ লখিমপুৰ জিলাৰ চাপৰিগাঁৱত সন্ধানহীন হৈ আছে দুই ছাত্ৰ ৷ সন্ধানহীন ছাত্ৰ দুজনক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ দুজনৰ পৰিয়ালৰ লগতে আন একাংশ অভিভাৱক। সোমবাৰে মাদ্ৰাছালৈ যোৱাৰে পৰা পৰিয়ালৰ লোকে কোনো সন্ধান পোৱা নাই ১৪ বছৰীয়া ছাজান আলী,আৰু আচিকুৰ ৰহমানৰ। নিৰুদ্দেশ হোৱা আচিকুৰ ৰহমান আজিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ। ইতিমধ্যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোন সন্ধান পোৱা নাই ছাত্ৰ দুজনৰ ৷
লখিমপুৰত ছাত্ৰ নিৰুদ্দেশৰ ঘটনা - সন্ধানহীনৰ বাতৰি
এইবাৰ লখিমপুৰ জিলাৰ চাপৰিগাঁৱত সন্ধানহীন দুই ছাত্ৰ ৷

নিৰুদ্দেশ হোৱা ছাত্ৰ দুজনৰ আলোকচিত্ৰ
লখিমপুৰ, 22 অক্টোবৰঃ লখিমপুৰ জিলাৰ চাপৰিগাঁৱত সন্ধানহীন হৈ আছে দুই ছাত্ৰ ৷ সন্ধানহীন ছাত্ৰ দুজনক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ দুজনৰ পৰিয়ালৰ লগতে আন একাংশ অভিভাৱক। সোমবাৰে মাদ্ৰাছালৈ যোৱাৰে পৰা পৰিয়ালৰ লোকে কোনো সন্ধান পোৱা নাই ১৪ বছৰীয়া ছাজান আলী,আৰু আচিকুৰ ৰহমানৰ। নিৰুদ্দেশ হোৱা আচিকুৰ ৰহমান আজিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ। ইতিমধ্যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোন সন্ধান পোৱা নাই ছাত্ৰ দুজনৰ ৷
লখিমপুৰত দুজন ছাত্ৰ নিৰুদ্দেশ
লখিমপুৰত দুজন ছাত্ৰ নিৰুদ্দেশ
Intro:লখিমপুৰ জিলাৰ চাপৰিগাৱৰ দুই ছাত্ৰ সন্ধানহীনক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লগতে আন একাংশ অভিভাৱক।Body:সোমবাৰে মাদ্ৰাছালৈ যোৱাৰে পৰা পৰিয়ালে কোনো সন্ধান পোৱা নাই ১৪ বছৰীয়া ছাজান আলী, আৰু আচিকুৰ ৰহমানৰ। চাপৰি গাৱৰ দুই ছাত্ৰ সন্ধানহীনক লৈ চিন্তিত পৰিয়াল। নিৰুদ্দেশ হোৱা আচিকুৰ ৰহমান আজিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ।Conclusion:পৰিয়ালে আৰক্ষীৰ কাষ চাপি নিৰুদ্দেশ সম্পৰ্কত এজাহাৰ দাখিল কৰিছে।