ETV Bharat / state

অৰুণাচলী সুৰাসহ আটক এজন ব্যৱসায়ী

author img

By

Published : Sep 10, 2022, 7:26 PM IST

Updated : Sep 10, 2022, 8:19 PM IST

সুৰাৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অভিযান (Liquor seized in Lakhimpur) ৷ শনিবাৰে লখিমপুৰ জিলাৰ বিভিন্ন স্থানত চলিল আৱকাৰী বিভাগৰ অভিযান ৷ অভিযানকালত অৰুণাচলী সুৰাসহ আটক এজন ব্যৱসায়ীক ৷

Large amount of Liquor seized in Lakhimpur
অৰুণাচলী সুৰাসহ আটক এজন ব্যৱসায়ী
  • সুৰাৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অভিযান
  • লখিমপুৰ জিলাৰ বিভিন্ন স্থানত চলিল আৱকাৰী বিভাগৰ এই অভিযান
  • অভিযানকালত অৰুণাচলী সুৰাসহ আটক এজন ব্যৱসায়ী
  • লগতে জব্দ প্ৰায় 60 কাৰ্টুন অবৈধভাৱে বিক্ৰী কৰা অৰুণাচলী সুৰা (Liquor seized in Lakhimpur )
  • শিমলুগুৰি আৰক্ষীৰ সহযোগত জিলাখনৰ আৱকাৰী বিষয়া শান্তনু হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান

Last Updated : Sep 10, 2022, 8:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.