ETV Bharat / state

বিহপুৰীয়াত নাবাম টুকীৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 22, 2021, 9:25 PM IST

নাবাম টুকীয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিহপুৰীয়া সমষ্টিত এইবাৰ ভূপেন কুমাৰ বৰা বিপুল ভোটত জয়ী হ'ব বুলি ঘোষণা কৰে ।

tabam tuki campaign at bihpuria
বিহপুৰীয়াত অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

বিহপুৰীয়া,22 মাৰ্চ: সোমবাৰে বিহপুৰীয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাৰ হৈ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতি নাবাম টুকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় । অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সমষ্টিটোৰ কানিয়াজান, কাঁচিকতা দেউৰী, সোণাৰিবাৰী আৰু কিনাপথাৰ দেউৰী গাঁৱত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷

নাবাম টুকীয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিহপুৰীয়া সমষ্টিত এইবাৰ ভূপেন কুমাৰ বৰা বিপুল ভোটত জয়ী হ'ব বুলি সজোৰে ঘোষণা কৰে ।

লগতে পঢ়ক : বৰক্ষেত্ৰীত এআইইউডিএফৰ বন্ধুত্বমূলক প্ৰাৰ্থী প্ৰক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.