ETV Bharat / state

লখিমপুৰ পহুমৰাত নিপকোৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

author img

By

Published : May 22, 2019, 7:41 PM IST

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত নাওবৈচা আঞ্চলিক সমিতিৰ ৰাজপথত উত্তাল প্ৰতিবাদ ৷ নিপকোৰ বাঢ়নি পানীয়ে নাওবৈচাৰ ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত আৰু ভগ্ন মাথাউৰিৰ লগতে বাট-পথ সমুহৰ অতিশীঘ্ৰে মেৰামতি কৰাৰ দাবীত সংগঠনটোৰ এই প্ৰতিবাদ ৷

লখিমপুৰ পহুমৰাত নিপকোৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

নাওবৈচা,২২মে': লখিমপুৰৰ ৰাজপথত প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত নাওবৈচা আঞ্চলিক সমিতিৰ ৰাজপথত উত্তাল প্ৰতিবাদ ৷ নিপকোৰ বাঢ়নি পানীয়ে নাওবৈচা ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত আৰু ভগ্ন মাথাউৰিৰ লগতে বাট-পথ সমূহৰ অতিশীঘ্ৰে মেৰামতি কৰাৰ দাবীত সংগঠনটোৰ এই প্ৰতিবাদ ৷ বছৰি ৰঙানদীৰ বানত সৰ্বস্বান্ত হয় নদীপৰীয়া ৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীত ঘৰ,ভেটি,সা-সম্পত্তি হেৰোৱাই নিথৰুৱা হয় বহু পৰিয়াল ৷

লগতে পঢ়ক: ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈত মৃতদেহ উদ্ধাৰ

কিন্তু কাণসাৰ নাই জাতি,মাটি,ভেটি সুৰক্ষাৰ কথা কৈ ঘৰিয়ালৰ চকুপানী টোকা ৰাজ্য চৰকাৰৰ ৷ বুধবাৰে লখিমপুৰৰ পহুমৰা তিনিআলীত দিনৰ 1 বজাৰ পৰা 2 ঘন্টীয়া 15নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চৰকাৰ আৰু নিপকোৰ বিৰোদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Intro:লখিমপুৰ পহুমৰাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। Body:নাওবৈচা :২২মে :

## লখিমপুৰৰ ৰাজপথত প্ৰতিবাদ

## এই প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

## লখিমপুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পহুমৰাত পথ অৱৰোধ

## অসম জাতীয়তাবাদী যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিৰ সহযোগত নাওবৈচা আঞ্চলিক সমিতিৰ উদ্যোগত ৰাজপথ উত্তাল

## নিপকোৰ (neepco)বাঢ়নি পানীয়ে নাওবৈচা ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত আৰু ভগ্ন মাথাউৰিৰ লগতে বাট-পথ সমুহৰ অতিশীগ্ৰে মেৰামতি কৰাৰ দাবী সংগঠনটোৰ

## বছৰি ৰঙানদীৰ বানত সৰ্বস্বান্ত নদীপৰীয়া

## ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই এৰিদিয়া পানীত - ঘৰ - ভেটি - সা - সম্পত্তি হেৰোৱাই নিথৰুৱা হয় বহু পৰিয়াল

## কাণসাৰ নাই - জাতি - মাটি - ভেটি সুৰক্ষাৰ কথা কৈ ঘৰিয়ালৰ চকুপানী টোকা এইখন সৰ্বানন্দৰ বিজেপি চৰকাৰৰ

## বুধবাৰে লখিমপুৰৰ পহুমৰা তিনিআলীত দিনৰ ১ বজাৰ পৰা 2 ঘন্টীয়া ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি চৰকাৰ আৰু নি'পকোৰ বিৰোদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদConclusion:নিতুল বৰা। নাওবৈচা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.