ETV Bharat / state

ৰঙা সংৰক্ষিত বনাঞ্চলৰ গুলীচালনা ঘটনাক লৈ উত্তাল লখিমপুৰ

ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুৰ্বৃত্তই অসমৰ বন বিষয়ালৈ কৰা গুলিচালনা(miscreants open fire in ronga reserve forest)ৰ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই ৷ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী বন মাফিয়াই অবৈধভাৱে গছ কটা কাৰ্যক বাধা দিবলৈ যাওঁতে সংঘটিত হৈছিল উক্ত গুলীচালনা ঘটনা ৷

author img

By

Published : Nov 23, 2021, 8:23 PM IST

Reacts on miscreants open fire at ronga reserve forest
ৰঙা সংৰক্ষিত বনাঞ্চলৰ গুলীচালনা ঘটনাক লৈ উত্তাল লখিমপুৰ

লখিমপুৰ, ২৩ নবেম্বৰ: মঙলবাৰে লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত (ronga reserve forest) অৰুণাচলী দুৰ্বৃত্তই অসমৰ বন বিষয়ালৈ কৰা গুলীচালনাৰ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই ৷ এই ঘটনাৰ তীব্ৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ।

লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত মঙলবাৰে লখিমপুৰৰ ৰামপুৰৰ বীট অফিচাৰ(Rampur Range Beat Officer)ৰ লগতে কেইবাগৰাকী বনৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল অৰুণাচলী দুৰ্বৃত্তই ৷ ৰঙা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে গছ কটা কাৰ্যক বাধা দিবলৈ যাওঁতে বন বিষয়া আৰু বনৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল অৰুণাচলী দুৰ্বৃত্তই(miscreants open fire in ronga reserve forest) ৷

অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সংঘটিত এনে কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ(Government of Assam)ক দাবী জনাই অসমীয়া যুৱ মঞ্চই ৷ উল্লেখ্য যে, কেৱল অৰুণাচল সীমান্তত দুৰ্বৃত্তই কেৱল বন ধ্বংসযজ্ঞই নহয় বিভিন্ন প্ৰকাৰে অসমৰ ভূমি বেদখল(land encroachment in border areas)ৰো চেষ্টা কৰি অহাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷

লগতে পঢ়ক:Moral police: বিজেপি নেতাৰ নেতৃত্বত মহিলাক তালিবানি শাস্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.