ETV Bharat / state

ৰঙা সংৰক্ষিত বনাঞ্চলৰ গুলীচালনা ঘটনাক লৈ উত্তাল লখিমপুৰ - land encroachment in border areas

ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুৰ্বৃত্তই অসমৰ বন বিষয়ালৈ কৰা গুলিচালনা(miscreants open fire in ronga reserve forest)ৰ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই ৷ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী বন মাফিয়াই অবৈধভাৱে গছ কটা কাৰ্যক বাধা দিবলৈ যাওঁতে সংঘটিত হৈছিল উক্ত গুলীচালনা ঘটনা ৷

Reacts on miscreants open fire at ronga reserve forest
ৰঙা সংৰক্ষিত বনাঞ্চলৰ গুলীচালনা ঘটনাক লৈ উত্তাল লখিমপুৰ
author img

By

Published : Nov 23, 2021, 8:23 PM IST

লখিমপুৰ, ২৩ নবেম্বৰ: মঙলবাৰে লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত (ronga reserve forest) অৰুণাচলী দুৰ্বৃত্তই অসমৰ বন বিষয়ালৈ কৰা গুলীচালনাৰ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই ৷ এই ঘটনাৰ তীব্ৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ।

লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত মঙলবাৰে লখিমপুৰৰ ৰামপুৰৰ বীট অফিচাৰ(Rampur Range Beat Officer)ৰ লগতে কেইবাগৰাকী বনৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল অৰুণাচলী দুৰ্বৃত্তই ৷ ৰঙা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে গছ কটা কাৰ্যক বাধা দিবলৈ যাওঁতে বন বিষয়া আৰু বনৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল অৰুণাচলী দুৰ্বৃত্তই(miscreants open fire in ronga reserve forest) ৷

অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত সংঘটিত এনে কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ(Government of Assam)ক দাবী জনাই অসমীয়া যুৱ মঞ্চই ৷ উল্লেখ্য যে, কেৱল অৰুণাচল সীমান্তত দুৰ্বৃত্তই কেৱল বন ধ্বংসযজ্ঞই নহয় বিভিন্ন প্ৰকাৰে অসমৰ ভূমি বেদখল(land encroachment in border areas)ৰো চেষ্টা কৰি অহাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷

লগতে পঢ়ক:Moral police: বিজেপি নেতাৰ নেতৃত্বত মহিলাক তালিবানি শাস্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.