ETV Bharat / state

নাওবৈচাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি - protest

বিগত ২ বছৰ ধৰি পথছোৱা মেৰামতি নোহোৱাত ক্ষোভিত হৈছে অঞ্চলবাসী ৰাইজ ৷ ফলত দেওবাৰে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অঞ্চলবাসীয়ে ।

নাওবৈচাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি
author img

By

Published : May 5, 2019, 11:06 PM IST

নাওবৈচা: ৫ মে : নাওবৈচাত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ জগন্নাথ মন্দিৰ-হাৰিবৰ দলনী সংযোগী পথত সংঘটিত দুৰ্নীতি ৷ হাইদৰ আলি নামৰ ঠিকাদাৰজনে মুঠ ১৮০.০৭ লাখ ব্যয়ৰে লাভ কৰিছিল পথ নিৰ্মাণৰ কাম ৷ পথত এটা কালভাৰ্ট নিৰ্মাণৰ কাৰণে প্ৰকাণ্ড গাঁত খন্দাত জীয়াতু ভুগিছে ৰাইজে । আনহাতে, বিগত ২ বছৰ ধৰি পথছোৱা মেৰামতি নোহোৱাত ক্ষোভিত হৈছে অঞ্চলবাসী ৰাইজ ৷ ফলত দেওবাৰে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অঞ্চলবাসীয়ে ।

নাওবৈচাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

পথ নিৰ্মাণ কাৰ্যত দুৰ্নীতি হোৱাৰ সম্পৰ্কত লখিমপুৰ জিলা উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ পাচতো বিগত দুটা বছৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ক্ষোভিত সাধৰণ জনতা ৷ ঠিকাদাৰ হাইদৰ আলি নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ অতিকৈ ঘনিষ্ঠ হোৱাৰ বাবে দুৰ্নীতি কৰিবলৈ সুবিধা পাইছে বুলিও একাংশ সচেতন নাগৰিকে অভিযোগ উত্থাপন কৰে ।অতি সোনকালে গাতখন্দা অংশ নিৰ্মাণ নকৰিলে ভুক্তভোগি ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলিও হুংকাৰ দিয়ে ।

Intro:নাওবৈচাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ আঁচনিৰ অধীনত পথ নিৰ্মাণত ভয়ঙ্কৰ দুৰ্নীতি। নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ ঘনিষ্ঠ হাইদৰ আলিয়ে নিৰ্মাণ কৰিছিল পথ। Body:নাওবৈচা: ৫ মে :
#নাওবৈচাত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
#জগন্নাথ মন্দিৰ-হাৰিবৰ দলনী সংযোগী পথ
#হাইদৰ আলি নামৰ ঠিকাদাৰে লাভ কৰিছিল পথ নিৰ্মাণৰ কাম
#পথত এটা কালভাৰ্ট নিৰ্মাণৰ কাৰণে প্ৰকাণ্ড গাত খন্দাত জিয়াতু ভূগিছে ৰাইজে।আজি পৰ্যন্ত নিৰ্মাণ নহল
#২বছৰ দিন ধৰি নিৰ্মাণ নোহোৱাত ক্ষোভিত হৈছে ৰাইজ
# যাৰ ফলত প্ৰতিবাদ কৰিবলৈ দেওবাৰে ৰাজপথলৈ ওলাই আহিল ৰাইজ।
# বিধায়ক ইমদাদুল হক মূর্দাবাদ , লখিমপুৰ গড়কাপ্তানি বিভাগ হাই হাই , আমাৰ ৰাস্তা হবই লাগিব আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
#পথ নিৰ্মাণত দুৰ্নীতি হোৱাৰ সম্পৰ্কত লখিমপুৰ জিলা উপায়ুক্তক লিখিত অভিযোগ দিছিল যদিও অভিযোগ দুটা বছৰে অভিযোগ হৈয়ে থাকিল ।
#হাইদৰ আলি নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ অতি ঘনিষ্ঠ হোৱাৰ বাবে দুৰ্নীতি কৰিবলৈ সুবিধা পাইছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
#পথৰ বাবে মুঠ ব্যয় ১৮০.০৭লাখConclusion:#অতি সোনকালে গাতখন্দা অংশ নিৰ্মান নকৰিলে ভুক্তভোগি ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলিও হুংকাৰ দিয়ে।

নিতুল বৰা।
নাওবৈচা
৫/৫/২০১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.