ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কঃ প্ৰতিবাদত উত্তাল মিজোৰাম বিশ্ববিদ্যালয়

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল ৷ শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ সাব্যস্ত কৰে মিজোৰাম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷

author img

By

Published : Nov 30, 2019, 10:11 AM IST

Citizenship Amendment Bill 2019 Protest, মিজোৰাম বিশ্ববিদ্যালয়ত প্ৰতিবাদ অসমীয়া ছাত্ৰৰ
মিজোৰাম বিশ্ববিদ্যালয়ত প্ৰতিবাদ

নিউজ ডেস্ক, 30 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে উত্তৰ-পূৰ্বাঞ্চলত সংঘটিত হৈছে ব্যাপক প্ৰতিবাদ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠনকে ধৰি অৰাজনৈতিক সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

কেবক লৈ মিজোৰাম বিশ্ববিদ্যালয়ত প্ৰতিবাদ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগলিক অস্ত্বিত্বৰ প্ৰতি ভাবুকিস্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়কক কোনো কাৰণতে গ্ৰহণ কৰিবলৈ ৰাজী নহয় উত্তৰ-পূৰ্বাঞ্চলবাসী ৰাইজ ৷ ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ বাহিৰতো প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়াই ৷ মিজোৰাম বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমীয়া ছাত্ৰ সমাজেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশ্ববিদ্যালয়খনৰ চৌহদত একত্ৰিত হৈ শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে শিক্ষাৰ্থীসকলে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়কঃ অসুৰক্ষিত হায়দৰাবাদ: শ্বামছাবাদত আকৌ উদ্ধাৰ মহিলাৰ গলিত মৃতদেহ

Intro:মিজোৰাম বিশ্ববিদ্যালয়ত কেবৰ বিৰুদ্ধে প্ৰতিবাদ ৷

অসমৰ বাহিৰতো অসমীয়াৰ কেবৰ বিৰুদ্ধে প্ৰতিবাদ ৷ এইবাৰ মিজোৰামত অসমীয়া ছাত্ৰ সমাজৰ প্ৰতিবাদ ৷ মিজোৰাম বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমীয়া ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ উদ্যানত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকল সৰব হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷Body:
অসমৰ বাহিৰতো অসমীয়াৰ কেবৰ বিৰুদ্ধে প্ৰতিবাদ ৷ এইবাৰ মিজোৰামত অসমীয়া ছাত্ৰ সমাজৰ প্ৰতিবাদ ৷ মিজোৰাম বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমীয়া ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ উদ্যানত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকল সৰব হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.