ETV Bharat / state

লখিমপুৰত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ - AASU protest

পাভ,দুলুং,আদিকৰি কেইবাখনো বনাঞ্চলৰ গছ গছনি কাটি অসমৰ মাটি দখল কৰিছে সীমামূৰীয়া অৰুণাচলে।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃতি দাহ

author img

By

Published : Mar 13, 2020, 3:13 PM IST

Updated : Mar 13, 2020, 3:22 PM IST

লখিমপুৰ, 13 মাৰ্চ: লখিমপুৰ জিলাৰ গাতে লাগি থকা অসম অৰুণাচলৰ সীমাৰ বনাঞ্চলত চলিছে অৰুণাচলীৰ আগ্ৰাসন। পাভ,দুলুং,আদিকৰি কেইবাখনো বনাঞ্চলৰ গছ গছনি কাটি অসমৰ মাটি দখল কৰিছে সীমামূৰীয়া অৰুণাচলে। এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাৱ লৈছে ৰাজ্যৰ বনমন্ত্ৰী তথা লখিমপুৰ জিলাৰ বন বিভাগে। অৰুনাচলৰ বেদখল ৰোধৰ দাবীত শুকুৰবাৰে বনমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে লখিমপুৰ আছুৱে ৷ অৰুণাচলৰ বেদখলৰ ক্ষেত্ৰত চৰকাৰ অথবা লখিমপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আছুৰ ৷

Last Updated : Mar 13, 2020, 3:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.