লখিমপুৰ,১৬জুলাই : লখিমপুৰ জিলাৰ ৰঙানদীত খহনীয়া । অঞ্চলটোত বানৰ পাছতেই খহনীয়াই সন্ত্ৰাসৰ সৃষ্টি কৰিছে । এই খহনীয়াৰ বাবে চিন্তিত হৈ পৰিছে ৰঙানদীৰ দুটিকৈ পৰিয়াল । পৰিয়াল দুটিৰ ঘৰ-ভেটি সম্পূৰ্ণ ৰঙানদীত জাহ যোৱাৰ পথত । ৰঙানদীৰ খহনীয়া ৰোধৰ বাবে চৰকাৰলৈ অনুৰোধ পৰিয়াল দুটিৰ ।
ৰঙানদীৰ খহনীয়াত দিশহাৰা নৈপৰীয়া - জাহ যোৱাৰ পথ
লখিমপুৰ জিলাৰ ৰঙানদীৰ খহনীয়াত চিন্তিত দুটি পৰিয়াল । ৰঙানদীৰ খহনীয়া ৰোধৰ বাবে চৰকাৰলৈ অনুৰোধ দুটি পৰিয়ালৰ ।
ৰঙানদীৰ খহনীয়াত দিশহাৰা নৈপৰীয়া
লখিমপুৰ,১৬জুলাই : লখিমপুৰ জিলাৰ ৰঙানদীত খহনীয়া । অঞ্চলটোত বানৰ পাছতেই খহনীয়াই সন্ত্ৰাসৰ সৃষ্টি কৰিছে । এই খহনীয়াৰ বাবে চিন্তিত হৈ পৰিছে ৰঙানদীৰ দুটিকৈ পৰিয়াল । পৰিয়াল দুটিৰ ঘৰ-ভেটি সম্পূৰ্ণ ৰঙানদীত জাহ যোৱাৰ পথত । ৰঙানদীৰ খহনীয়া ৰোধৰ বাবে চৰকাৰলৈ অনুৰোধ পৰিয়াল দুটিৰ ।
Intro: বানৰ সমান্তৰাল ভাবে লখিমপুৰ ৰঙানদীত প্ৰবল খহনীয়া । ইখনৰ পিছত সিখন গাও বানত ক্ষতিগ্ৰস্ত হোৱাৰ মাজতে ডিজুৰ দুটা পৰিয়াল চিন্তিত কোবাল ৰঙানদীক লৈ।
Body:Gfx: চকুৰ সমুখতে নিচিহ্ন হোৱাৰ পথত সপোনৰ ঘৰখন।
: ৰঙানদীৰ পাৰৰ দুটা পৰিয়াল দুচিন্তা
: ঘৰৰ ভেটিতো নিব নেকি বলিয়া বানে।
এইয়া লখিমপুৰ দৃশ্য। কোবাল গতিত বৈ থকা নদীখনলৈ চাই চিন্তিত ৰঙানদীৰ পাৰৰ দুটা পৰিয়াল। কাৰণ শেষ ভৰষা ঘৰৰ ভেটিতো ৰঙানদীয়ে খহাই নিয়ায় উপক্ৰম হৈছে। নৈৰ কাষৰ পৰিয়াল দুটাই কাকুটি কৰিছে ফেনে ফোটোকাৰে কালৰুপ ধাৰণ কৰা ৰঙানদীক। কাৰণ ঘৰৰ ভেটিটো খহাই নিলে অঘৰী হৈ পৰিব দুটা পৰিয়াল।
বাইট:
কোলাত সন্তানক লৈ নদীখনলৈ চাই ৰোৱা মাতৃৰ চিন্তা ৰঙানদীয়ে সকলো নিলে । জীয়াই থাকিবলৈ যাব ক'ত, খাব কি? চৰকাৰ প্ৰশাসনলৈ আহ্বান নদী কাষৰীয়া পৰিয়াল দুটাৰ। খহনীয়া ৰোধৰ ব্যৱস্থা কৰক চৰকাৰে।
বাইট:
Conclusion:প্ৰশ্ন হৈছে সময় থাকোতে খহনীয়া ৰোধ ৰ ব্যৱস্থা নহলে জলসম্প দ।বিভাগে। যাৰ বাবে ঘৰ মাটি ভেটি সকল হেৰুৱাই ছে নৈ কাষৰীয়া ই।