ETV Bharat / state

সাৱধান ! ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি - উজনি অসম

বানত বুৰিব পাৰে উজনি অসম, প্ৰতি ছেকেণ্ডত ৪০৪.৪ঘন মিটাৰ পানী এৰিছে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা

সাবধান! ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি
author img

By

Published : Jul 8, 2019, 11:35 PM IST

লখিমপুৰ, 8 জুলাইঃ

  • ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি
  • প্ৰতি ছেকেণ্ডত ৪০৪.৪ঘন মিটাৰ পানী এৰিছে প্ৰকল্পটোৰ পৰা
  • বিয়লি ৩ বজাত এৰা হৈছে বান্ধৰ পানী
  • লখিমপুৰ জিলা প্ৰশাসনৰ সতৰ্কীকৰণ
  • চাইৰেন বজাই নৈ পৰীয়া এলেকাৰ লোকক সতৰ্ক কৰিছে
  • প্ৰকল্পৰ ৪ নং গেটেৰে এৰা হৈছে পানী
  • গেট খনৰ পানী এৰি দিয়াৰ ব্যৱধান ৩০০০ মিঃমি
  • গাঁওবুঢ়াৰ যোগেদি গঞা ৰাইজক সজাগ কৰা হৈছে
  • পৰৱৰ্তী জাননী নিদিয়ালৈকে নদীৰ কাষলৈ মানুহ জীৱ জন্তু যোৱাত প্ৰশাসনৰ নিষেধাজ্ঞা

Breaking
ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি ৷প্ৰতি ছেকেণ্ডত ৪০৪.৪ঘন মিটাৰ পানী এৰিছে ৷ বিয়লি ৩ বজাত এৰা হৈছে বান্ধৰ পানী ৷ লখিমপুৰ জিলা প্ৰশাসনৰ সতৰ্কীকৰণ ৷ চাইৰেন বজাই নৈ পৰীয়া এলেকাৰ লোকক সতৰ্ক কৰিছে ৷ প্ৰকল্পৰ ৪ নং গেটেৰে পানী এৰা হৈছে ৷গেট খনৰ পানী এৰি দিয়াৰ ব্যৱধান ৩০০০ মিঃমি ৷ গাঁওবুঢ়াৰ যোগেদি গঞা ৰাইজক সজাগ কৰা হৈছে ৷ পৰৱৰ্তী জাননী নিদিয়ালৈকে নদীৰ কাষলৈ মানুহ জীৱ জন্তু যোৱাত প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি কৰিছে৷।

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.