ETV Bharat / state

বৃদ্ধা দম্পতিৰ পৰা ধন লুট কৰা দুই চোৰ লখিমপুৰ আৰক্ষীৰ জালত - আকাশ যাদব

২১ মে'ত লখিমপুৰৰ ডি কে ৰ'ডৰ পৰা বৃদ্ধ দম্পতিৰ হাতৰ পৰা ২লাখ ২০হাজাৰ টকা লুটি নিয়া দুই চোৰক গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ ৷

বৃদ্ধা দম্পতিৰ পৰা ধন লুটি নিয়া চোৰক গ্ৰেপ্তাৰ লখিমপুৰ আৰক্ষীৰ
author img

By

Published : Jun 21, 2019, 4:57 PM IST

লখিমপুৰ,২১জুন : ২১মে'ত লখিমপুৰৰ ডি কে ৰ'ডত সংঘটিত হৈছিল ভয়াৱহ ঘটনা । কিছুদিন পূৰ্বে এহাল বৃদ্ধ দম্পতিৰ পৰা চোৰে লুটি নিছিল ২ লাখ ২০হাজাৰকৈ টকা। বাইকত অহা দুটা চোৰে বৃদ্ধাগৰাকীক ৰাজপথত চোচৰাই লুটি নিছিল ধনখিনি । এই সমগ্ৰ ঘটনা চি চি টি ভি কেমেৰাত বন্দী হোৱাৰ পাছতেই লখিমপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত । অৱশেষত এমাহ পূৰ হোৱাৰ সময়তে লখিমপুৰ আৰক্ষীয়ে ধৃত চোৰ দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। চোৰকেইটা বিহাৰৰ কাটিহাৰাৰ আকাশ যাদৱ আৰু দিপেশ দাস বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে চোৰকেইটাৰ পৰা জব্দ কৰে ধন লুটৰ ঘটনাত ব্যৱহাৰ কৰা বাইকখনৰ লগতে বহু আপত্তিজনক সামগ্ৰী। আৰক্ষীয়ে বিহাৰ,উত্তৰ-প্ৰদেশৰ ইৰাণী সদস্যই অসমৰ ভিন্ন ঠাইত এনে ধৰণৰ কাৰ্য কৰি আহিছে বুলি মন্তব্য কৰে ।

NlP 2 arrested

বিহাৰ উত্তৰপ্ৰদেশ ইৰাণী সদস্য ঘুৰিছে লখিমপুৰৰ অলিয়ে গলিয়ে। যোৱা 21 মেত লখিমপুৰ নগৰৰ মাজ মজিয়াত সংঘটিত হোৱা ধন লুটৰ ঘটনাত জড়িত দুই দূৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লখিমপুৰ আৰক্ষী। গ্ৰেপ্তাৰ হোৱা দূৰ্বৃত্ত ক্ৰমে বিহাৰৰ কাটিহাৰৰ আকাশ যাদব আৰু দিপেশ দাস। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ধন লুটৰ ঘটনাত ব্যৱহাৰ কৰা বাইক খন। লগতে উদ্ধাৰ কৰিছে লুট পাটৰ ঘটনাত ব্যৱহাৰ কৰা বহু সামগ্ৰী। আৰক্ষীৰ মন্তব্য এটা বৃহত গ্ৰুপে অসমৰ বিভিন্ন স্থানত চলাই আহিছে এনে অপৰাধৰ জনিত কাম।
21 মেৰ দিন দুপৰতে দুই ইৰাণী সদস্যই বাইকেৰে আহি এগৰাকী বৃদ্ধাক ৰাজপথত চোচৰাই লৈ গৈছিল 2 লাখ 20  হাজাৰ টকা। cctv ত বন্দী হোৱা ভিজুৱেলৰ ভিত্তিত অনুসন্ধান চলাই লখিমপুৰ আৰক্ষীয়ে লাভ কৰিলে এই সফলতা।

vsl send ftp

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.