ETV Bharat / state

2021 চনৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ মেচ-কছাৰী জনগোষ্ঠীৰ

author img

By

Published : Oct 16, 2020, 4:40 PM IST

2021 চনৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ মেচ-কছাৰী জনগোষ্ঠীৰ ৷ মেচ কছাৰী জাতীয় পৰিষদ, মেচ কছাৰী যুৱ পৰিষদ আৰু মেচ কছাৰী মহিলা পৰিষদৰ এক সংবাদমেলত এই সিদ্ধান্ত গ্ৰহণ ৷

Mech-Kachari to boycott 2021 Assembly election
2021 চনৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ মেচ-কছাৰী জনগোষ্ঠীৰ

বিহপুৰীয়া, 16 অক্টোবৰ : 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে স্বায়ত্ত্ব শাসন প্ৰদান নকৰিলে নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ ৰাজ্যৰ অন্যতম জনগোষ্ঠী মেচ-কচাৰীৰ ৷ মেচ কছাৰী জাতীয় পৰিষদ, মেচ কছাৰী যুৱ পৰিষদ আৰু মেচ কছাৰী মহিলা পৰিষদৰ যৌথ উদ্যোগত শুকুৰবাৰে নাৰায়ণপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুস্থিত কৰি এই সিদ্ধান্ত ৰাজহুৱা কৰে জনগোষ্ঠীটোৱে ৷

বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনলৈকে দীৰ্ঘদিনে স্বায়ত্ত্ব শাসনৰ দাবী উত্থাপন কৰি আহিছে মেচ-কছাৰীসকলে ৷ ৰাজ্যৰ 11 খন জিলাত বসবাস কৰা জনগোষ্ঠীটোৰ লোকসকলে অৱশেষত এই সিদ্ধান্তৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক : ইটিভি ভাৰতৰ অনুষ্ঠানত সংস্কৃত ভাষাৰ বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.