ETV Bharat / state

লখিমপুৰৰ বান্দৰদেৱাত ভূমিস্খলন, বন্ধ ৰাষ্ট্ৰীয় ঘাইপথ

author img

By

Published : Sep 18, 2020, 2:08 PM IST

শুকুৰবাৰে লখিমপুৰৰ বান্দৰদেৱাত ভূমিস্খলন ৷ বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ ৷ কথমপি প্ৰাণৰক্ষা গাড়ীচালক-হেণ্ডিমেনৰ ৷

Landslide at Banderdewa
বান্দৰদেৱাত ভূমিস্খলন

লখিমপুৰ, 18 ছেপ্তেম্বৰ: বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লখিমপুৰৰ বান্দৰদেৱাত শুকুৰবাৰে পাহাৰৰ পৰা মাটি খহি পৰি ৰাষ্ট্ৰীয় ঘাই পথ বন্ধ হৈ পৰে ৷ এই ভূমিস্খলনৰ ফলত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

বান্দৰদেৱাত ভূমিস্খলন

পাহাৰৰ খহি পৰা মাটিয়ে বান্দৰদেৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকৰ আধা অংশ পুতি পেলায় ৷ লগতে, কাষত থকা দোকান-পোহাৰৰো ক্ষতিসাধন হয় ৷ আনহাতে ৫ খন গাড়ী মাটিয়ে বহু দূৰলৈ ঠেলি নিয়াত বহুকেইজন গাড়ীচালক আৰু হেণ্ডিমেনৰ কথমপি প্ৰাণৰক্ষা পৰে ৷

লগতে পঢ়ক: কৰিমগঞ্জত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.