ETV Bharat / state

ইংৰাজী ভাষাৰ ফলকত ক'লা ৰং - workers applies black ink

লখিমপুৰৰ অলিয়ে গলিয়ে অসমীয়া যুৱ মঞ্চৰ সদস্য

ইংৰাজী ভাষাৰ ফলকত ক'লা ৰং
author img

By

Published : Mar 18, 2019, 5:17 PM IST

লখিমপুৰ, 18 মাৰ্চ : লখিমপুৰ চহৰৰ মাজমজিয়াত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ ইংৰাজী নামফলত ক'লা ৰং সানিলে অসমীয়া যুৱ মঞ্চই ৷ অসমীয়া ভাষা নামফলক লগোৱাৰ দাবীত সোমবাৰো ওলাই আহিল সংগঠনটো ৷ হাতে হাতে ক'লা ৰং ভৰ্তি বাল্টি লৈ অসমীয়া ভাষা ৰক্ষাৰ বাবে চহৰখনৰ মাজ মজিয়াত থকা বিপণী সমূহৰ ইংৰাজীত লিখা নামফলকত ক'লা ৰং সানি মচি পেলালে প্ৰতিষ্ঠানৰ নাম ৷
1960 চনৰ ভাষা আইনক সন্মান জনাই লখিমপুৰ অসমীয়া যুৱ সমিতিৰ যুৱ মঞ্চই দাবী জনাই আহিছে যদিও ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে মইমতালি দেখুৱাই অহাত এনেদৰে ওলাই আহে সমিতিৰ সদস্যসকলে ৷

লখিমপুৰ নগৰৰ মাজমজিয়াত ।হাতত বাল্টি লৈ ঘুৰি ফুৰিছে এদল যুৱক। নগৰৰ মাজমজিয়াত প্ৰতিখন বিপনিৰ সমুখত ৰৈ ইফালে সিফালে ঘুৰিছে যুৱকৰ দলটো।কেইবাজনো যুৱকৰ হাতত থকা বাল্টিত আছে ক'লা ৰং। প্ৰকৃততে এইসকল অসমীয়া যুৱ মঞ্চৰ একো একোজন সদস্য। সোমবাৰৰ দিনটোত অসমীয়া যুৱ মঞ্চৰ সদস্য সকল ওলাই আহিল অসমীয়া ভাষা ৰক্ষাৰ বাবে। নগৰৰ মাজ মজিয়াৰ বিপনী সমুহত বৰ বৰ হৰফেৰে ইংৰাজী ত লিখা বিপনিৰ নাম কলা ৰং সানি মচি পেলালে সকলোৱে। অসমী যুৱ মঞ্চত ৰ দাবী প্ৰতিখন বিপনিৰ বেনাৰত ব্যৱহাৰ হৱ লাগিব অসমীয়া ভাষা।

।বাইট:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.