ETV Bharat / state

ঘৰলৈ উভতি আহিল পূৰ্ণিমা - WOMAN

মাতৃৰ উমাল সান্নিধ্যত সুখী কণমানি কন্যা

ঘৰলৈ উভতি আহিল পূৰ্ণিমা
author img

By

Published : Mar 1, 2019, 11:42 PM IST

লখিমপুৰ,১মাৰ্চ: বছৰে সন্ধানহীন হৈ থকাৰ পাচত শুকুৰবাৰে আপোন মানুহবোৰৰ কাষত পূৰ্ণিমা কামান নামৰ এইগৰাকী মহিলা। লখিমপুৰৰ বগীনদীৰ মহিলাগৰাকীয়ে প্ৰায় এবছৰ পূৰ্বে বজাৰলৈ বুলি ওলাই গৈ ভুলবশতঃ যোৰহাটত উপস্থিত হৈছিল।

ঘৰলৈ উভতি আহিল পূৰ্ণিমা
তাৰ পাচতে মহিলাগৰাকীৰ সন্ধানত হাহাকাৰ কৰিবলগীয়া হৈছিল স্বামী লিপিন উক্ৰাঙে। মাতৃহাৰা হৈ নিঠৰুৱা হৈ পৰিছিল কণমানিজনীও।কিন্তু অৱশেষত আহিল ভাল খবৰ। লখিমপুৰ আৰু যোৰহাট জিলা আইন সেৱা প্ৰাধিকাৰীৰ ততপৰতাত এবছৰ পাচত পূৰ্ণিমা আহিল আপোন ঘৰখনলৈ। স্বামী আৰু কন্যাক কাষত পাই আৱেগিক মহিলাগৰাকী।যোৰহাটৰ এটা আশ্ৰয়গৃহত থকা পূৰ্ণিমা কামানৰ শুকুৰবাৰে মহামিলন ঘটে নিজ পৰিয়ালটোৰ সৈতে। এইক্ষেত্ৰত দুয়োখন জিলাৰ আইন সেৱা প্ৰাধিকাৰীৰ লগতে আশ্ৰয় গৃহটোৰ কৰ্মচাৰী আৰু বগীনদী আৰক্ষীয়ে গ্ৰবহণ কৰে বিশেষ ভূমিকা।

উল্লেখ্য যে অসুস্থ পূৰ্ণিমাৰ চিকিৎসাৰ দায়িত্ব লৈছে লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে । লগতে পৰিয়ালটোৰ একমাত্ৰ কন্যা ৭ বছৰীয়া কনমাণিজনীৰো পঢ়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে বিষয়াগৰাকীয়ে ।

Intro:এবছৰে সন্ধানহীন এগৰাকী মহিলা শুকুৰবাৰে ঘুৰাই পালে পৰিয়ালে। লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ পৰা পৰিয়ালক গতাই দিয়া হল এবছৰে সন্ধান হীন।হৈ থকা পূৰ্ণিমা কামানক।

Body:পূৰ্ণিমা ঘৰলৈ ঘুৰি আহিল
এবছৰৰ পিছত ৭ বছৰীয়া কন্যাই পালে মাতৃক
লিপেন উক্ৰাঙৰ জীৱনলৈ ঘূৰি আহিল পত্নী।

এইজন লখিমপুৰ জিলাৰ বগীনদীৰ ২ নং ঘগা মঙখ লিপেন উক্ৰাং ।এবছৰ পূৰ্বে এদিন নোহোৱা হৈছিল লিপিনৰ পত্নী পূৰ্ণিমা কামান। বিছাৰ খোচাৰ কৰিও কোনো সন্ধান পোৱা নাছিল পত্নীৰ। একমাত্ৰ কন্যা সন্তানক বুকুত বান্ধী দিক বিদিক হেৰুৱা লিপিন উক্ৰাঙৰ মুখলৈ আহিল হাহি। কাৰণ ঘুৰি আহিল পত্নী । এইয়া সম্ভৱ হল লখিমপুৰ আৰু যোৰহাট ৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মচাৰীৰ তৎপৰতা ত।
বাইত: জিলা আইন সেৱা প্ৰাধিকাৰী

ঘৰৰ পৰা বজাৰলৈ বুলি ওলাই যোৱা পূৰ্ণিমা ভূলবসত পাইছিলগৈ যোৰহাট। আৰক্ষীৰ তৎপৰতা ত মহিলা গৰাকীক ৰখি হৈছিল শ্ৰদ্ধা গৃহত। কিন্তু লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰী,যোৰহাট জিলা প্ৰাধীকাৰী,শ্ৰদ্ধা গৃহৰ কৰ্মচাৰীৰ লগতে বগীনদী আৰক্ষীৰ তৎপৰতা ত শুকুৰবাৰে মহিলা গৰাকীয়ে লাভ কৰিলে বিচ্ছিন্ন হৈ পৰা কন্যা স্বামীক।
বাইট:

Conclusion:সামান্য ভাবে অশুস্থ মহিলা গৰাকীৰ চিকিৎসাল দায়িত্ব লৈছে লখিমপুৰ জিলা আইন সেৱা প্ৰাধীকাৰী য়ে।লগতে ৭ বছৰীয়া কনমাণিৰো পঢ়াৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছে পৰিয়ালটোক।
লখিমপুৰ পৰা নীলপৱন সভাপণ্ডিত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.