ETV Bharat / state

লখিমপুৰত পত্নীহন্তা শিক্ষকৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ - জোনাইৰ মূৰ্কক চেলেঙ

১২ বছৰীয়া প্ৰেমৰ অন্তত হত্যা ৷ আৰক্ষী,ৰাইজক সাক্ষী কৰি পত্নী মৰ্যাদা দিম বুলি কোৱা শিক্ষক স্বামীয়ে হত্যা কৰিলে পত্নীক ৷

লখিমপুৰত পত্নীহন্তা শিক্ষকৰ বিৰুদ্ধে উলাই আহিল ৰাইজ
author img

By

Published : Sep 10, 2019, 7:34 PM IST

Updated : Sep 10, 2019, 7:55 PM IST

  • লখিমপুৰ নাওবৈছাৰ ৰাজ আলীত চাঞ্চল্যকৰ ঘটনা
  • নিজ পত্নীক হত্যা কৰাৰ অভিযোগ শিক্ষক দিপেন তালুকদাৰৰ বিৰুদ্ধে
  • পৰিয়ালৰ সৈতে পত্নীক হত্যা কৰাৰ অভিযোগ দিপেন তালুকদাৰৰ বিৰুদ্ধে
  • হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা,মৃত পত্নীৰ পৰিয়ালৰ অভিযোগ
  • চাৰি মাহ পূৰ্বৰে পৰা পত্নীৰ ওপৰত চলাই আহিছিল অকথ্য নিৰ্যাতন
  • মহিলাৰ পৰিয়ালৰ লগতে স্থানীয় লোকে ঘেৰাও কৰিলে অভিযুক্তৰ বাসগৃহ
  • ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তৰ মাতৃ আৰু ভগ্নীক
  • ঘটনা পোহৰলৈ অহাৰ পিছতে পলাতক অৱস্থাত আছে অভিযুক্ত দিপেন তালুকদাৰ
  • জোনাইৰ মূৰ্কক চেলেঙত শিক্ষকতা কৰ্মত নিয়োজিত দিপেন তালুকদাৰ

Intro:১২ বছৰীয়া প্ৰেমৰ অন্তত আৰক্ষী, ৰাইজক সাক্ষী কৰি পত্নী মৰ্যাদা দি শিক্ষক স্বামী য়ে হত্যা কৰিলে পত্নীক।

Body:এই চাঞ্চল্যকৰ ঘটনা লখিমপুৰ নাওবৈছাৰ ৰাজ আলীৰ। শিক্ষক স্বামী দিপেন তালুকদাৰে পৰিয়ালৰ সৈতে মিলি পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰুপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ মৃত মহিলাৰ পৰিয়ালৰ। চাৰি মাহ পুৰ্বৰে পৰা পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া ৰ। মহিলাৰ পৰিয়ালৰ লগতে স্থানীয় লোকে ঘেৰাও কৰিলে অভিযুক্ত ৰ বাসগৃহ। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰ মাতৃ আৰু ভগ্নক। আচ্চাস দিছে ঘটনাৰ তদন্ত কৰি পৰিয়াল ক ন্যায় দিয়াৰ।

Conclusion:ঘটনা পোহৰলৈ অহাৰ পিছতে পলাতক অৱস্থাত আছে অভিযুক্ত জোনাইৰ মোৰ্কক চেলেঙত শিক্ষক তা কৰা লম্পত দিপেন তালুকদাৰ।
Last Updated : Sep 10, 2019, 7:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.