ETV Bharat / state

মৰ্মান্তিকঃ ঘোঁৰাগাড়ীত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ৰোগীৰ

author img

By

Published : Sep 28, 2020, 8:00 PM IST

যথোপযুক্ত সময়ত চিকিৎসাৰ অভাৱত মৃত্যু হয় মহিলাগৰাকীৰ ৷ মহিলাগৰাকীৰ মৃত্যুত হিয়াধুকাৰি কান্দিছে আত্মীয়ই ৷ পৰিৱৰ্তনকামী চৰকাৰৰ ফোঁপোলা উন্নয়ণৰ ফলত মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

Lakhimpur
লখিমপুৰ

লখিমপুৰ, 28 ছেপ্টেম্বৰঃ এম্বুলেঞ্চৰ অভাৱত ঘোঁৰাগাড়ীত চিকিৎসালয়লৈ নিয়াৰ পথতে ৰোগীৰ মৃত্যু হোৱা ঘটনাত উত্তপ্ত হৈ পৰিছে লখিমপুৰবাসী । দৰাচলতে, জিলাখনৰ ঘূণাসুঁতিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা ৷ এগৰাকী অসুস্থ মহিলাক এম্বুলেন্সৰ অভাৱত ঘোঁৰাগাড়ীত চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাতে পথতে মৃত্যু হয় মহিলাগৰাকীৰ ৷

ঘোঁৰাগাড়ীত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ৰোগীৰ

যথোপযুক্ত সময়ত চিকিৎসাৰ অভাৱত মৃত্যু হয় মহিলাগৰাকীৰ ৷ মহিলাগৰাকীৰ মৃত্যুত হিয়াধুকাৰি কান্দিছে আত্মীয়ই ৷ পৰিৱৰ্তনকামী চৰকাৰৰ ফোঁপোলা উন্নয়ণৰ ফলত মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ লগতে কেৱল নিৰ্বাচনৰ সময়ত নহয় শীঘ্ৰেই ঘূণাসুঁতিৰ উন্নয়নৰ দাবী জনাই ক্ষোভিত স্থানীয় যুৱকে ৷

লগতে পঢ়কঃ বাক্সাৰ চৌকীত প্ৰাকৃতিক সৌন্দৰ্যৰ সমাহাৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.