ETV Bharat / state

পেটুৱা গোসাঁই থানত জনগোষ্ঠীয় ভক্তৰ ভিৰ - ঐতিহ্যমণ্ডিত পেটুৱা গোসাঁই থানত দুৰ্গাপূজা উদযাপন

ঐতিহ্যমণ্ডিত পেটুৱা গোসাঁই থানত দুৰ্গাপূজা উদযাপন ৷ অব্যাহত ৭৫ বছৰীয়া পৰম্পৰা ৷

নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত পেটুৱা গোসাঁই থানত ভক্তৰ ভিৰ
author img

By

Published : Oct 6, 2019, 10:45 AM IST

লখিমপুৰ,5 অক্টোবৰ: নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত পেটুৱা গোসাঁই থানত প্ৰতি বছৰৰ দৰে এইবাৰো উদযাপন কৰা হৈছে দুৰ্গাপূজা ৷ নাৰায়ণপুৰৰ ধলপুৰত থকা একমাত্ৰ শক্তিপীঠখনত দেওবাৰে মহাষ্টমীৰ দিনটোত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে ৷

পেটুৱা গোসাঁই থানত মহাঅষ্টমী উদযাপন

বিশেষকৈ জনগোষ্ঠীয় লোকসকলে এই থানত উপাসনা আৰু হাঁহ, পাৰ, বলি দি ভোজ-ভাত খাই নিজৰ মঙ্গল কামনা কৰে ৷ মহাঅষ্টমীৰ দিনটোত পুৱাৰে পৰা ভক্তসকলৰ ভিৰত বিৰ দি বাট নোপোৱা হৈছে থানখনত ৷

উল্লেখ্য যে, এই শক্তি পীঠখনত বিগত ৭৫ বছৰে উদযাপন কৰি আহিছে দুৰ্গাপূজা ৷ নাৰায়ণপুৰৰ এই শক্তিপীঠখনক লৈ ভক্তসকলৰ বিশ্বাস দীৰ্ঘদিনীয়া ৷ সেই বিশ্বাসৰ বাবে পৰম্পৰা অটুট ৰাখি বছৰি উদ্‌যাপন কৰা হয় দুৰ্গোৎসৱ ৷ বিশেষকৈ দেউৰী সম্প্ৰদায়ৰ লোকসকলে অষ্টমী, নৱমী আৰু দশমীৰ দিনকেইটাত পূজা উপাসনা কৰি আহিছে ৷

Intro:নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত পেটুৱা গোসাঁঞী থানত প্ৰতি বছৰৰ দৰে এইবাৰো উদযাপন কৰা হৈছে দুৰ্গাপূজা৷ নাৰায়ণপুৰৰ ধলপুৰত থকা একমাত্ৰ শক্তিপীঠ খনত দুৰ্গাপূজাৰ আজি মহাষ্টমীৰ দিনটোত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে৷ বিশেষকৈ জনগোষ্ঠীয় লোকসকলে এই থানত উপাসনা আৰু হাঁহ, পাৰ, বলি দি ভোজভাত খাই নিজৰ মঙ্গল কামনা কৰে৷ মহাঅষ্টমীৰ দিনটোত পুৱাৰে পৰা বিৰ দি বাট নোপোৱা হৈছে থানখনত৷ উল্লেখ্য যে পেটুৱা গোসাঁঞী থান এই শক্তি পীঠ খনত বিগত ৭৫ বছৰে উদযাপন কৰি আহিছে দুৰ্গাপূজা৷ নাৰায়ণপুৰৰ এই শক্তিপীঠখনক লৈ ভক্ত সকলৰ বিশ্বাস দীৰ্ঘদিনীয়া৷ সেই বিশ্বাসৰ বাবে পৰম্পৰা অটুট ৰাখি বছৰি উদ্‌যাপন কৰা হয় দুগোৎসৱ৷ বিশেষকৈ দেউৰী সম্প্ৰদায়ৰ লোকসকলে আজিৰ অষ্টমী আৰু নবমী দশমী দিনকেইটাত পুজা উপাসনা কৰি আহিছে৷ Body:নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত পেটুৱা গোসাঁঞী থানত প্ৰতি বছৰৰ দৰে এইবাৰো উদযাপন কৰা হৈছে দুৰ্গাপূজা৷ নাৰায়ণপুৰৰ ধলপুৰত থকা একমাত্ৰ শক্তিপীঠ খনত দুৰ্গাপূজাৰ আজি মহাষ্টমীৰ দিনটোত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে৷ বিশেষকৈ জনগোষ্ঠীয় লোকসকলে এই থানত উপাসনা আৰু হাঁহ, পাৰ, বলি দি ভোজভাত খাই নিজৰ মঙ্গল কামনা কৰে৷ মহাঅষ্টমীৰ দিনটোত পুৱাৰে পৰা বিৰ দি বাট নোপোৱা হৈছে থানখনত৷ উল্লেখ্য যে পেটুৱা গোসাঁঞী থান এই শক্তি পীঠ খনত বিগত ৭৫ বছৰে উদযাপন কৰি আহিছে দুৰ্গাপূজা৷ নাৰায়ণপুৰৰ এই শক্তিপীঠখনক লৈ ভক্ত সকলৰ বিশ্বাস দীৰ্ঘদিনীয়া৷ সেই বিশ্বাসৰ বাবে পৰম্পৰা অটুট ৰাখি বছৰি উদ্‌যাপন কৰা হয় দুগোৎসৱ৷ বিশেষকৈ দেউৰী সম্প্ৰদায়ৰ লোকসকলে আজিৰ অষ্টমী আৰু নবমী দশমী দিনকেইটাত পুজা উপাসনা কৰি আহিছে৷ Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.