- লখিমপুৰত ফুচকা বেপাৰীৰ পৰা উদ্ধাৰ অবৈধ অস্ত্ৰ
- ফুচকা বেপাৰীজন বিহাৰৰ মোজাফৰপুৰ জিলাৰ ৰাকেশ কুমাৰ (২২)
- জিলাখনৰ পুথিভঁৰালৰ সমীপত ফুচকা দোকান আছিল ৰাকেশ কুমাৰৰ
- লখিমপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত ভাৰা আছিল ৰাকেশ কুমাৰ
- অবৈধ অস্ত্ৰ সম্পৰ্কে আৰক্ষীৰ জেৰা অব্যাহত
লখিমপুৰত ফুচকা বেপাৰীৰ হাতত অবৈধ অস্ত্ৰ - ফুচকা বেপাৰীৰ পৰা উদ্ধাৰ অবৈধ অস্ত্ৰ

ফুচকা বেপাৰীৰ হাতত অবৈধ অস্ত্ৰ
18:40 March 06
জিলাখনৰ পুথিভঁৰালৰ সমীপত ফুচকা দোকান দি ব্যৱসায় কৰি আছিল ৰাকেশ কুমাৰে
ফুচকা বেপাৰীৰ হাতত অবৈধ অস্ত্ৰ
18:40 March 06
জিলাখনৰ পুথিভঁৰালৰ সমীপত ফুচকা দোকান দি ব্যৱসায় কৰি আছিল ৰাকেশ কুমাৰে
ফুচকা বেপাৰীৰ হাতত অবৈধ অস্ত্ৰ
- লখিমপুৰত ফুচকা বেপাৰীৰ পৰা উদ্ধাৰ অবৈধ অস্ত্ৰ
- ফুচকা বেপাৰীজন বিহাৰৰ মোজাফৰপুৰ জিলাৰ ৰাকেশ কুমাৰ (২২)
- জিলাখনৰ পুথিভঁৰালৰ সমীপত ফুচকা দোকান আছিল ৰাকেশ কুমাৰৰ
- লখিমপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত ভাৰা আছিল ৰাকেশ কুমাৰ
- অবৈধ অস্ত্ৰ সম্পৰ্কে আৰক্ষীৰ জেৰা অব্যাহত
Last Updated : Mar 6, 2020, 7:53 PM IST