লখিমপুৰ,9 জুলাইঃ লখিমপুৰত বানৰ সংহাৰী ৰূপ ৷ ৰঙানদী জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত উটুৱাই নিলে পাচনৈৰ দলং ৷ প্ৰতি ছেকেণ্ডত 404.4 ঘন মিটাৰ পানী এৰিছে প্ৰকল্পটোৰ পৰা ৷মঙলবাৰে ৰঙানদীৰ পানী পুনৰ এৰি দিয়াৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ৰঙানদী । পাচনৈৰ দলঙখন পানীয়ে উটুৱাই নিয়াত এতিয়া হাহাকাৰ কৰিছে প্ৰায় দহখন গাঁৱৰ মানুহে ৷সম্প্ৰতি যোগাযোগ ব্যাহত হৈ পৰিছে এই সকল লোকৰ ৷বৰষুণ অব্যাহত থাকিলে বান পৰিস্থিতি ইয়াতকৈও ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ ৷
পুনৰ লখিমপুৰত বানৰ সংহাৰী ৰূপ - ranga_nodi
ৰঙানদী জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ৰঙানদীৰ জলপৃষ্ঠ
পুনৰ লখিমপুৰত বানৰ সংহাৰী ৰূপ
লখিমপুৰ,9 জুলাইঃ লখিমপুৰত বানৰ সংহাৰী ৰূপ ৷ ৰঙানদী জলবিদ্যুত প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত উটুৱাই নিলে পাচনৈৰ দলং ৷ প্ৰতি ছেকেণ্ডত 404.4 ঘন মিটাৰ পানী এৰিছে প্ৰকল্পটোৰ পৰা ৷মঙলবাৰে ৰঙানদীৰ পানী পুনৰ এৰি দিয়াৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ৰঙানদী । পাচনৈৰ দলঙখন পানীয়ে উটুৱাই নিয়াত এতিয়া হাহাকাৰ কৰিছে প্ৰায় দহখন গাঁৱৰ মানুহে ৷সম্প্ৰতি যোগাযোগ ব্যাহত হৈ পৰিছে এই সকল লোকৰ ৷বৰষুণ অব্যাহত থাকিলে বান পৰিস্থিতি ইয়াতকৈও ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ ৷
Intro:লখিমপুৰত বানৰ সংহাৰ। ৰঙানদী জলবিদ্যুত প্ৰকল্পৰ পানী পুণৰ এৰি দিয়াৰ ফলত পাচনৈৰ দলং উটুৱাই নিলে পানীয়ে।Body:মঙলবাৰে ৰঙানদীৰ পানী পুণৰ এৰি দিয়াৰ ফলত ফেনে ফোটোকাৰে বাঢ়িছে ৰঙানদী। পুৱা ৰঙানদীৰ পানীয়ে উটুৱাই নিলে পাচনৈৰ বাহৰ দলং।Conclusion:দলং উটুৱাই নিয়াত হাহাকাৰ প্ৰায় দহখন গাৱৰ। যোগাযোগ ব্যাহত হৈ পৰিছে জনসাধাৰনৰ। বৰষুণ অব্যাহত থাকিলে বান পৰিস্থিতি ভয়াবহ হোৱাৰ সম্ভাৱনা।
Last Updated : Jul 9, 2019, 12:26 PM IST