ETV Bharat / state

সাংবাদিকৰ সুৰক্ষাৰ দাবীৰে লখিমপুৰত প্ৰতিবাদ - প্ৰতিবাদ

লখিমপুৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু লখিমপুৰৰ সাংবাদিকৰ দুঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে এই প্ৰতিবাদ ৷

লখিমপুৰত প্ৰতিবাদ
author img

By

Published : Apr 30, 2019, 2:31 PM IST

লখিমপুৰ, 30 এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো সাংবাদিক নিগ্ৰহৰ ঘটনাৰ প্ৰতিবাদ ৷ লখিমপুৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু লখিমপুৰৰ সাংবাদিকসকলে স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ণ কৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

লখিমপুৰত প্ৰতিবাদ

সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰ লগতে সাংবাদিকক কৰা আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে ৷

ৰাজ্য ত ধাৰাবাহিক ভাবে সংঘটিত হোৱা সাংবাদিক আক্ৰমণ ৰ ঘটনাৰ উচিত তদন্ত আৰু সাংবাদিকৰ সুৰক্ষাৰ দাবীত লখিমপুৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু লখিমপুৰ ৰ সাংবাদিক সকলে ৰুপায়ণ কৰিলে দুঘন্টিয়া ধৰ্মঘট কাৰ্যসূচী। জিলা উপাযুক্তৰ কাৰ্যালয় সমুখত ৰুপায়ণ কৰা কাৰ্যসূচী ত সকলোৱে দাবী তুলিলে সাংবাদিক ৰ সুৰক্ষা নিচ্চিত কৰক ৰাজ্য চৰকাৰে। লগতে বিগত ঘটনাৰ তদন্ত কৰি ন্যায় প্ৰদান।কৰক সাংবাদিক ক।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.