- লখিমপুৰ জিলাৰ বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড(Fire at Bihpuria)
- বিহপুৰীয়াৰ সন্তপুৰ পাঁচআলিত সংঘটিত হয় এই অগ্নিকাণ্ড
- অগ্নিকাণ্ডত প্ৰায় ৪ খনকৈ দোকান ভস্মীভূত
- ৰমেশ গগৈ নামৰ এজন লোক শুই থকা অৱস্থাত দোকানসহ ভস্মীভূত হোৱাৰ সন্দেহঅগ্নিকাণ্ডত দোকানসহ এজন ভস্মীভূত হোৱাৰ সন্দেহ