ETV Bharat / state

বিজেপি বিধায়ক দেৱানন্দ হাজৰিকাৰ বাসগৃহ ঘেৰাও

বিধায়ক দেৱানন্দ হাজৰিকাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷ বিহপুৰীয়া সমষ্টিৰ ৰাইজে ঘেৰাও কৰিলে বিধায়ক দেৱানন্দ হাজৰিকাৰ বাসগৃহ ৷ সম্প্ৰতি কেব সন্দৰ্ভত বিধায়কগৰাকীয়ে নীৰৱতা অৱলম্বন কৰাৰ বাবে ক্ষোভ উজাৰিছে সমষ্টিবাসীয়ে ৷ অনাগত দিনত বিহপুৰীয়া সমষ্টিত বিধায়কৰ দেৱানন্দ হাজৰিকাৰ সকলো সভা সমিতি বৰ্জন কৰাৰ হুংকাৰ কেব বিৰোধী ঐক্য মঞ্চৰ ৷

author img

By

Published : Dec 10, 2019, 1:44 PM IST

encircling MLA debananda hazarika's house at bihpuria
বিজেপি বিধায়ক দেৱানন্দ হাজৰিকাৰ বাসগৃহ ঘেৰাও

নাৰায়ণপুৰ,10 নৱেম্বৰঃ মঙলবাৰে বিধায়ক দেৱানন্দ হাজৰিকাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ কেব বিৰোধী ঐক্য মঞ্চই ঘেৰাও কৰিলে বিধায়কগৰাকীৰ বিহপুৰীয়াস্থ বাসগৃহ ৷ বিগত সময়ত বিহপুৰীয়াৰ বিধায়কজনে কেবৰ বিৰোধিতা কৰিছিল যদিও বৰ্তমান নিমাত দেৱানন্দ হাজৰিকা ৷ বিধায়কগৰাকীক 'চুক ভেকুলী' আখ্যা প্ৰতিবাদকাৰীৰ ৷ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিবলৈ সাহস নহ'ল বিজেপি বিধায়কগৰাকীৰ ৷ দেৱানন্দ হাজৰিকা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিলে বিধায়কজনৰ বাসগৃহ চৌহদ ৷ সমষ্টিবাসীৰ সৈতে সহযোগ নকৰি নীৰৱতা অৱলম্বন কৰাৰ বাবে বিহপুৰীয়া সমষ্টিত তেওঁৰ সকলো সভা সমিতি বৰ্জন কৰিব বুলি উল্লেখ কৰে কেব বিৰোধী ঐক্য মঞ্চই ৷

বিজেপি বিধায়ক দেৱানন্দ হাজৰিকাৰ বাসগৃহ ঘেৰাও

লগতে পঢ়কঃমৰাণত কেবৰ প্ৰতিবাদত অংশ কণ্ঠশিল্পী নীল আকাশৰ

Intro:বিধায়ক দেৱানন্দ হাজৰিকাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি৷ কেব বিৰোধী মঞ্চই ঘেৰাও কৰিলে বিধায়কগৰাকীৰ বিহপুৰীয়াস্থ বাসগৃহ৷ বিগত সময়ত বিহপুৰীয়াৰ বিধায়কজনে কেবৰ বিৰোধীতা কৰিছিল যদিও বৰ্তমান নিমাত দেৱানন্দ হাজৰিকা৷ বিধায়কগৰাকীক 'চুক ভেকুলী' আখ্যা প্ৰতিবাদকাৰীৰ৷ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিবলৈ সাহস নহ'ল বিজেপি বিধায়কগৰাকী৷ দেৱানন্দ হাজৰিকা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিলে বিধায়কজনৰ বাসগৃহ৷Body:বিধায়ক দেৱানন্দ হাজৰিকাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি৷ কেব বিৰোধী মঞ্চই ঘেৰাও কৰিলে বিধায়কগৰাকীৰ বিহপুৰীয়াস্থ বাসগৃহ৷ বিগত সময়ত বিহপুৰীয়াৰ বিধায়কজনে কেবৰ বিৰোধীতা কৰিছিল যদিও বৰ্তমান নিমাত দেৱানন্দ হাজৰিকা৷ বিধায়কগৰাকীক 'চুক ভেকুলী' আখ্যা প্ৰতিবাদকাৰীৰ৷ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিবলৈ সাহস নহ'ল বিজেপি বিধায়কগৰাকী৷ দেৱানন্দ হাজৰিকা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিলে বিধায়কজনৰ বাসগৃহ৷Conclusion:চাণক্য বৰুৱা, নাৰায়ণপুৰ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.