ETV Bharat / state

নাওবৈচাত জব্দ নকল টকা বনোৱা মেচিন,সোণৰ নাও

author img

By

Published : Nov 17, 2020, 4:49 PM IST

Updated : Nov 17, 2020, 5:40 PM IST

লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ নকল টকা প্ৰস্তুত কৰা মেছিনসহ নকল সোণৰ নাও জব্দ ৷ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত মামুদ শুকুৰ আহমেদ আৰু ফজৰ আলি নামৰ দুজন লোককো গ্ৰেপ্তাৰ কৰিছে ৷

duplicate-gold-merchant-is-in-custody-of-bihpuraia-police
নাওবৈচাত জব্দ নকল টকা বনোৱা মেচিন,সোণৰ নাও

নাওবৈচা, ১৭ নৱেম্বৰ: লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ নাওবৈচাৰ বঙালমৰা আহমেদপুৰৰ পৰা বিহপুৰীয়া আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে নকল টকা প্ৰস্তুত কৰা মেছিনসহ নকল সোণৰ নাও ৷ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত মামুদ শুকুৰ আহমেদ আৰু ফজৰ আলি নামৰ দুজন লোককো গ্ৰেপ্তাৰ কৰিছে ৷ শুকুৰ আহমেদৰ ঘৰৰ পৰা নকল টকা চপা কৰা মেচিন উদ্ধাৰ হোৱাৰ বিপৰীতে নকল সোণৰ নাও উদ্ধাৰ হৈছে ফজৰ আলি নামৰ লোকজনৰ বাসগৃহৰ পৰা ৷

বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিৰণ্য পাটৰৰ নিৰ্দেশত উপ পৰিদৰ্শক জিতুমণি কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে নকল সোণৰ নাওসহ টকা প্ৰস্তুত কৰা মেচিন ৷
লগতে পঢ়ক: নিজ মাতৃয়ে হাতে ভৰিয়ে শিকলি লগাই বান্ধি ৰাখিছে পুত্ৰক কিন্তু কিয় !

Last Updated : Nov 17, 2020, 5:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.