ETV Bharat / state

লখিমপুৰত আটক 3 ড্ৰাগছ সৰবৰাহকাৰী: উৎখাত বৃহৎ ড্ৰাগছৰ ঘাটি - ড্ৰাগছৰ ঘাটি

লখিমপুৰ আৰক্ষীৰ অভিযানত উৎখাত ড্ৰাগছৰ ঘাটি ৷ আৰক্ষীৰ অভিযানত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

লখিমপুৰ
author img

By

Published : Oct 17, 2019, 5:38 PM IST

লখিমপুৰ, 17 অক্টোবৰ: গোপন খবৰৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে চলোৱা অভিযানত আটক কৰে 3 ড্ৰাগছ ব্যৱসায়ীক ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে ৰিজু নন্দি,মুকুন্দ দাস আৰু অসীম গগৈ। আটকাধীন যুৱক কেইজনৰ পৰা আৰক্ষীয়ে ৪৪.৬২ গ্ৰাম হেৰ'ইন,নগদ ১লাখ ৬২হাজাৰ টকা আৰু এটা হাতীৰ দাঁত উদ্ধাৰ কৰে।

3 ড্ৰাগছ সৰবৰাহকাৰী

উল্লেখযোগ্য যে,লখিমপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক ৰুণা নেওঁগৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক সোধা পোচা অব্যাহত ৰখাৰ লগতে উদ্ধাৰ হোৱা হাতীৰ দাঁত সম্পৰ্কতো তদন্ত অব্যাহত ৰাখিছে ৷ সন্দেহ কৰা হৈছে জন্তুৰ দাঁত,ছালৰ চোৰাং ব্যৱসায়ত জড়িত আটকাধীন যুৱক কেইজন। অধিক তথ্যৰ বাবে আৰক্ষীয়ে দলটোক জেৰা অব্যাহত ৰাখিছে ৷

Intro:লখিমপুৰ আৰক্ষীৰ বৃহৎ সাফল্য,জিলাখনৰ হাৰমতীত উৎখাত ড্ৰাগচৰ বৃহৎ ঘাটি ।Body:গোপন খবৰৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে চলোৱা অভিযানত আটক তিনি ড্ৰাগচ ব্যৱসায়ী,আটকাধিন ড্ৰাগচ ব্যৱসায়ী কেইজন ক্ৰমে ৰিজু নন্দি ,মুকুন্দ দাস আৰু অসীম গগৈ । আটকাধিন যুৱক কেইজনৰ পৰা ৪৪.৬২ গ্ৰাম হেৰ'ইন, নগদ ১লাখ ৬২হাজাৰ টকা আৰু এটা হাতীৰ দাঁত উদ্ধাৰ কৰিছে আৰক্ষীয়ে।Conclusion:লখিমপুৰ জিলাৰ উপ আৰক্ষী অধিক্ষক ৰুণা নেওঁগৰ নেতৃত্বত চলিছিল এই অভিযান । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক সোধা পোচা অব্যাহত ৰখাৰ লগতে তদন্ত চলাইছে উদ্ধাৰ হোৱা হাতী দাত সম্পকত। সন্দেহ কৰা হৈছে জন্তুৰ দাঁত ছালৰ চোৰাং ব্যৱসায়ত জড়িত সকলো।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.