ETV Bharat / state

কাইলৈৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ঢকুৱাখানা মহকুমা প্ৰশাসন - dhakuakhana

11 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৰাজ্যৰ আন প্ৰান্তৰ দৰে সাজু হৈ উঠিছে ঢকুৱাখনা মহকুমা প্ৰশাসন । ইতিমধ্যে ভোট গ্ৰহণৰ বাবে ভোটকেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে দায়িত্ববাহী বিষয়াসকলো

etv bharat
author img

By

Published : Apr 10, 2019, 5:20 PM IST

ঢকুৱাখনা, 10 এপ্ৰিলঃ 2019ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ঢকুৱাখানা মহকুমা প্ৰশাসন ৷ ভোটকেন্দ্ৰ সমূহৰ নিৰাপত্তাৰ অক্ষুন্ন ৰখাৰ লগতে ভোট গ্ৰহণ প্ৰক্ৰিয়া সঠিকভাৱে অনুষ্ঠিত কৰাৰ বাবে নিয়োগ কৰা হৈছে আৰক্ষী প্ৰশাসনক ৷ ইতিমধ্যে, ভোটকেন্দ্ৰ সমূহলৈ বুলি ৰাওনা হৈছে দায়িত্ববাহী বিষয়াসকলো ৷

কাইলৈৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে ঢকুৱাখানা মহকুমা প্ৰশাসন

ঢকুৱাখনা সমষ্টিটোত 265 টা কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। 265টা কেন্দ্ৰৰ 70টা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰাৰ বিপৰীতে 7 টা কেন্দ্ৰ আদৰ্শ ভোটকেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে । উল্লেখ্য যে, উক্ত সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা 19,4043জন।

Intro:কাইলৈ অনুষ্ঠিত হব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ।ৰাজ্যৰ আন প্ৰান্তৰ দৰে ঢকুৱাখনা মহকুমা প্ৰশাসনেও ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে।ইফালে আজি ভোট গ্ৰহণৰ বাবে দায়িত্ব বাহী বিষয়া সকল ৰাওনা হৈছে ভোটকেন্দ্ৰ সমূহলৈ।Body:কাইলৈ অনুষ্ঠিত হব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ।ৰাজ্যৰ আন প্ৰান্তৰ দৰে ঢকুৱাখনা মহকুমা প্ৰশাসনেও ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে।ইফালে আজি ভোট গ্ৰহণৰ বাবে দায়িত্ব বাহী বিষয়া সকল ৰাওনা হৈছে ভোটকেন্দ্ৰ সমূহলৈ।উল্লেখযোগ্য যে ঢকুৱাখনা সমষ্টিৰত ২৬৫ তা কেন্দ্ৰত ভোট গ্ৰহণ হব।ইয়াৰে ৭০ টা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰাৰ বিপৰীতে ৭ টা কেন্দ্ৰ আদৰ্শ ভোট কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে।সমষ্টিটি টোত ভোটাৰৰ সংখ্যা ১৯৪০৪৩।Conclusion:Byte:ভোট গ্ৰহণৰ বাবে যোৱা দায়িত্ববাহী বিষয়া।
দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.