ETV Bharat / state

লখিমপুৰত 'কা'ৰ বিৰুদ্ধে এগৰাকী প্ৰবক্তাৰ ব্যতিক্ৰমী প্ৰতিবাদ - Caa protest at lakhimpur

লখিমপুৰত সলনি হৈছে প্ৰতিবাদৰ ভাষা । প্ৰবক্তাৰ কণ্ঠত 'কা' বিৰোধী সংলাপে শনিবাৰে কঁপালে লখিমপুৰ ।

Caa protest at lakhimpur
লখিমপুৰত এগৰাকী প্ৰবক্তাৰ ব্যতিক্ৰমী প্ৰতিবাদ
author img

By

Published : Jan 11, 2020, 6:37 PM IST

লখিমপুৰ, 11 জানুৱাৰীঃ লখিমপুৰত উত্তাল পৰিবেশ ৷ 'কা'ৰ ৰাজপত্ৰিত জাননী জাৰি হোৱাৰ পিছতেই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ সমদল। আছুকে ধৰি 30 টা জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্বত লগতে চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল সকলো । হুংকাৰ দিলে কোনো কাৰণত মানি লোৱা নহ'ব 'কা'।

লখিমপুৰত এগৰাকী প্ৰবক্তাৰ ব্যতিক্ৰমী প্ৰতিবাদ

এই 'কা' বিৰোধী প্ৰতিবাদত সকলোৰে দৃষ্টি কাঢ়িলে এজন প্ৰবক্তাই ৷ সংলাপৰ যোগে ৰাইজক 'কা' বিৰোধী আন্দোলন সক্ৰিয় কৰিবলৈ সাহস দিলে প্ৰবক্তাগৰাকীয়ে ।
ইয়াৰ পিছতে লখিমপুৰৰ ৰাজপথেৰে ওলাল এক বিশাল প্ৰতিবাদী সমদল । সমদল আগবাঢ়ি উপস্থিত হ'ল লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয় সমুখত । দাহ কৰিলে প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি । প্ৰতিকৃতি দাহৰ মাজতে সংঘাতৰ সৃষ্টি হয় প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ ৷ দল সংগঠনৰ হুংকাৰ চৰকাৰৰ সকলো বাধা নেওচি ওফৰাই পেলোৱা হ'ব 'কা' ।

লগতে পঢ়কঃCAA বিৰোধী প্ৰতিবাদ কৰা বাবেই শিল্পীৰ ওপৰত 18% জি এছ টি লগোৱা হৈছে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.