ETV Bharat / state

লখিমপুৰত বাছ মালিক সন্থাৰ সভা

author img

By

Published : Aug 21, 2022, 8:05 PM IST

লখিমপুৰত আয়োজন কৰা হয় বাছ মালিক সন্থাৰ এখন সভা (Bus owners review meeting in Lakhimpur) ৷ এই সভাতে বাছ মালিক সন্থাৰ এখন অস্থায়ী সমিতি গঠন কৰা হয় ।

Bus owners review meeting in Lakhimpur
লখিমপুৰত আয়োজন বাছ মালিক সন্থাৰ এখনি সভা

লখিমপুৰ, ২১ আগষ্ট : দেওবাৰে লখিমপুৰৰ গ্ৰীনভিউ হোটেলত জিলা বাছ মালিক সন্থাৰ দ্বাৰা আয়োজন কৰা হয় এখন সভাৰ ৷ এই সভাত বাছ মালিকসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যাসমূহৰ ওপৰত বিষদভাবে আলোচনা কৰা হয় (Bus owners review meeting in Lakhimpur)। এই সভাতে জিলা বাছ মালিক সন্থাৰ এখন অস্থায়ী সমিতি গঠন কৰা হয় ।

পুলিন বৰাক সভাপতি আৰু অনন্ত ৰাজখোৱাক সম্পাদক হিচাপে লৈ ৯ জনীয়া উক্ত সমিতিখন গঠন কৰা হয় । পৰৱৰ্তী সময়ত এই সমিতিখন পূৰ্ণাংগ ৰূপত জিলা সমিতি গঠন কৰিব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, শনিবাৰে আয়োজন কৰা এই সভাত সভাপতিত্ব কৰে প্ৰেমনাথ হাইনাৰীয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে অনন্ত ৰাজখোৱাই ।

আনকি উক্ত সভাখনত কুলদ্বীপ সিং, ছফিউদ্দিন আহমেদ আদিকে ধৰি জিলাখনৰ ভালেমান বাছৰগৰাকীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : ৰাজ্যৰ ২৪ জিলাত সম্পন্ন চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.