ETV Bharat / state

শংকৰদেৱৰ গুণানুকীৰ্তনেৰে মুখৰিত লখিমপুৰ জিলা - লখিমপুৰ জিলা

একশৰন ভাগৱতী সমাজৰ পালনাম আৰু অধিবেশনৰ বাবে সাজু আয়োজক সমিতি

শংকৰদেৱৰ গুণানুকীৰ্তনেৰে মুখৰিত লখিমপুৰ জিলা
author img

By

Published : Mar 8, 2019, 10:23 PM IST

৮ মাৰ্চ, ফেব্ৰুৱাৰীঃ উদুলী মুদুলী নাৰায়ণপুৰৰ বৰাৰ পো সমন্বয় ক্ষেত্ৰ। ধৰ্ম ধ্বজা উত্তোলনেৰে আৰম্ভ হ'ল একশৰণ ভাগৱতী সমাজৰ পালনাম আৰু অধিবেশন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমেৰে পুন্য ভূমিত পৰিণত হৈছে নাৰায়ণপুৰৰ বৰাৰ পো শংকৰদেৱ সমন্বয় ক্ষেত্ৰ। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে চাৰি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই অধিবেশন।

শংকৰদেৱৰ গুণানুকীৰ্তনেৰে মুখৰিত লখিমপুৰ জিলা

উল্লেখ্য যে পালনাম আৰু অধিবেশনত শনিবাৰে মুখ্য অতিথি হিচাবে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তক আপ্ৰায়নৰ বাবে সকলো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে।

Intro:মহাপুৰুষ শংকৰদেৱৰ গুতানুকীৰ্ট নেৰে মুখৰিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰাৰপো সমন্বয় ক্ষেত্ৰ। আজিৰে পৎআ আৰম্ভ হল একশৰন ভাগৱতী সমাজৰ পালনাম আৰু অধিবেশন।

Body:উদুলী মুদুলী নাৰায়ণপুৰৰ বৰাৰ পো সমন্বয় ক্ষেত্ৰ
ধৰ্ম ধ্বজা উত্তোলন ৰে আৰম্ভ হল একশৰণ ভাগৱতী সমাজৰ পালনাম আৰু অধিবেশন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমেৰে পুন্য ভূমিত পৰিনত হৈছে নাৰায়ণ পুৰৰ বৰাৰপো শংকৰদেৱ সমন্বয় ক্ষেত্ৰ। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে চাৰি দিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পালনাম আৰু অধিবেশন। যত চাৰিওদিন চলিব গুৰু বন্দনা।
বাইট:
অসমীয়া জাতক একতাৰ দোলেৰছ বান্ধি ব বিচৰা এই অধিবেশনত মুখ্য অতিথি হিচাপে শনিবাৰে অংশ গ্ৰহণ কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
বাইট:
ৰাজ্য ৰ বিভিন্ন প্ৰান্তৰ ভক্তক আপ্ৰায়ন ৰ বাৰে সকলো ব্যৱস্থা কৰিছে আয়োজকে। নিৰ্মাণ কৰা হৈছে বৃহত ভোজনালয়। ৩০ জন ৰান্ধনীদিনে নিশাই ব্যস্ত ৰান্ধনী ঘৰত।

Conclusion:আয়োজন মন্দলীৰ আশা চাৰিটা দিনত লোকে লোকাৰন্য হব নাৰায়ণ পুৰ।

লখিমপুৰ ৰ পৰা নীলপৱন সভাপণ্ডিত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.