লখিমপুৰ, 5 জুনঃ এইয়া লখিমপুৰৰ দৃশ্য ৷ ঈদৰ সমূহীয়া নামাজলৈ আহি একোটাকৈ গছপুলি হাতত লৈ ঘৰলৈ উভতিল সকলো ৷ কাৰণ বগলীজানৰ মছজিদত নামাজৰ অন্তত সকলোকে একোটাকৈ গছপুলি দিলে বগলীজান আদৰ্শ জাতীয় বিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিলে বিদ্যালয় খনে৷ এই সন্দৰ্ভত চাওঁক এই প্ৰতিবেদন...
নামাজলৈ আহি হাতত গছপুলি লৈ ঘৰমুৱা হ'ল বগলীজানবাসী - বিশ্ব পৰিবেশ দিৱস
আজি পবিত্ৰ ঈদ-উল-ফিতৰৰ মাজেৰে ৰাজ্যবাসীয়ে পালন কৰিলে বিশ্ব পৰিবেশ দিৱস

সমূহিয়া নমাজলৈ আহি হাতত গছপুলি লৈ ঘৰলৈ উভতিল বগলীজানবাসী
লখিমপুৰ, 5 জুনঃ এইয়া লখিমপুৰৰ দৃশ্য ৷ ঈদৰ সমূহীয়া নামাজলৈ আহি একোটাকৈ গছপুলি হাতত লৈ ঘৰলৈ উভতিল সকলো ৷ কাৰণ বগলীজানৰ মছজিদত নামাজৰ অন্তত সকলোকে একোটাকৈ গছপুলি দিলে বগলীজান আদৰ্শ জাতীয় বিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিলে বিদ্যালয় খনে৷ এই সন্দৰ্ভত চাওঁক এই প্ৰতিবেদন...
সমূহিয়া নমাজলৈ আহি হাতত গছপুলি লৈ ঘৰলৈ উভতিল বগলীজানবাসী
সমূহিয়া নমাজলৈ আহি হাতত গছপুলি লৈ ঘৰলৈ উভতিল বগলীজানবাসী
ঈদৰ সমুহীয়া নামাজলৈ আহি একোটাকৈ গছপুলি ঘৰলৈ লৈ গ'ল সকলোৱে। এইয়া লখিমপুৰৰ দৃশ্য।
বগলীজানৰ মছজিদত নামাজৰ অন্তত সকলোকে একোটাকৈ গছপুলি দিলে বগলীজান আদৰ্শ জাতীয় বিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিলে বিদ্যালয় খনে। গছপুলি বিতৰণ কৰি পৰিবেশ সংৰক্ষণৰ বাবে সকলোকে আহ্বান জনালে ছাত্ৰ ছাত্ৰীয়ে।
Sent from my Samsung Galaxy smartphone.