ETV Bharat / state

জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালিঃ ঔষধৰ ভিতৰত জীৱিত কীট

বৃহস্পতিবাৰে প্লাষ্টিকৰ এটা টিউবৰ ভিতৰত গ্ৰাহকে প্ৰত্যক্ষ কৰিলে ক’লা আঁহ জাতীয় কীট ৷ উল্লেখ্য যে, 2018 চনৰ আগষ্ট মাহত তৈয়াৰ আৰু 2020 চনৰ জুলাই মাহলৈকে ম্যাদ আছিল ঔষধটোৰ ৷

author img

By

Published : Jun 14, 2019, 7:45 AM IST

জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালিঃ ঔষধৰ ভিতৰত জীৱিত কীট
  • লখিমপুৰৰ নাৰায়ণপুৰত সংঘটিত হ'ল এক আজৱ কাণ্ড
  • জীৱনদায়িনী ঔষধৰ মাজৰ পৰা ওলাল কীট
  • বৃহস্পতিবাৰে প্লাষ্টিকৰ এটা টিউবৰ ভিতৰত গ্ৰাহকে প্ৰত্যক্ষ কৰিলে ক’লা আঁহ জাতীয় কীট
  • 2018 চনৰ আগষ্ট মাহত তৈয়াৰ আৰু 2020 চনৰ জুলাই মাহলৈকে ম্যাদ আছিল ঔষধটোৰ
  • ফাৰ্মাচীয়ে ডিষ্টিব্যুটৰৰ লগত এই বিষয়ত যোগাযোগ কৰে যদিও কোনো সুদুত্তৰ নাপালে গ্ৰাহকে
  • বৰ্তমান সময়ৰ এয়াই চৰম সত্য ৰাজ্যৰ স্বাস্থ্য বিভাগৰ
  • কিন্তু প্ৰশ্ন হয় এই সমূহ বৰবিহৰ পৰা কিদৰে পৰিত্ৰাণ পাব ৰোগীয়ে ?

Intro:জীৱনদায়িনী ঔষধত মাজত ওলাইছে কীট ৷ নাৰায়ণপুৰত এগৰাকী ব্যক্তিয়ে ক্ৰয় কৰি অনা এটা ঔষধৰ ভিতৰত ওলাইছে কীট ৷ প্লাষ্টিকৰ এটা টিউবৰ ভিতৰত থকা Novogermina নামৰ ঔষধটো ভিতৰত ক’লা আঁহ জাতীয় কিছু দেখা পায় ব্যক্তিজনে ঔষধ ক্ৰয় কৰা ফাৰ্মাচীখনত বিষয়টো অৱগত কৰে যদিও কোনো সুদুত্তৰ নাপালে ব্যক্তিজনে ৷ 2018 চনৰ আগষ্ট মাহত তৈয়াৰ কৰা আৰু 2020 চনৰ জুলাই মাহলৈকে ম্যাদ থকা ঔষধটোৰ ভিতৰত ক’লা খিনিক লৈ সুদুত্তৰ নাই ঔষধ বিতৰকৰ ৷ এনে কেইবাটাও ঔষধ কিনি মাতৃক খুউৱাৰ পাছত শেষৰটো টিউৱত ভালদৰে চোৱাত দেখা পাইছিল ঔষধৰ ভিতৰত এনে কীট ৷ প্ৰশ্ন হয় বজাৰত উপলদ্ধ এনে ঔষধৰ পৰা পৰিত্ৰান কি দৰে পাব ৷ জীৱনদায়িনী ঔষধৰ নামত নজনাকৈয়ে ৰোগীয়ে বৰবিহ খাইছে নেকি ?Body:জীৱনদায়িনী ঔষধত মাজত ওলাইছে কীট ৷ নাৰায়ণপুৰত এগৰাকী ব্যক্তিয়ে ক্ৰয় কৰি অনা এটা ঔষধৰ ভিতৰত ওলাইছে কীট ৷ প্লাষ্টিকৰ এটা টিউবৰ ভিতৰত থকা Novogermina নামৰ ঔষধটো ভিতৰত ক’লা আঁহ জাতীয় কিছু দেখা পায় ব্যক্তিজনে ঔষধ ক্ৰয় কৰা ফাৰ্মাচীখনত বিষয়টো অৱগত কৰে যদিও কোনো সুদুত্তৰ নাপালে ব্যক্তিজনে ৷ 2018 চনৰ আগষ্ট মাহত তৈয়াৰ কৰা আৰু 2020 চনৰ জুলাই মাহলৈকে ম্যাদ থকা ঔষধটোৰ ভিতৰত ক’লা খিনিক লৈ সুদুত্তৰ নাই ঔষধ বিতৰকৰ ৷ এনে কেইবাটাও ঔষধ কিনি মাতৃক খুউৱাৰ পাছত শেষৰটো টিউৱত ভালদৰে চোৱাত দেখা পাইছিল ঔষধৰ ভিতৰত এনে কীট ৷ প্ৰশ্ন হয় বজাৰত উপলদ্ধ এনে ঔষধৰ পৰা পৰিত্ৰান কি দৰে পাব ৷ জীৱনদায়িনী ঔষধৰ নামত নজনাকৈয়ে ৰোগীয়ে বৰবিহ খাইছে নেকি ?Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.