ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত প্ৰতিবাদ

author img

By

Published : Nov 5, 2020, 1:53 PM IST

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ নাৰায়ণপুৰত ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

AJYCP PROTEST AT BIHPURIA
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত প্ৰতিবাদ

বিহপুৰীয়া,5নৱেম্বৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ নাৰায়ণপুৰত ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ নাৰায়ণপুৰৰ ৰাজপথত ৷ নগৰ খনৰ মাজমজিয়াত সংগঠনটোৱে মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ পুত্তোলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

মূল্যবৃদ্ধি হ্ৰাস কৰাৰ লগতে অসমত স্থাপন হোৱা টোলগেট সমূহো বন্ধ কৰাৰ দাবী জনায় সংগঠনটোৱে। মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰী মূর্দাবাদ,অসম চৰকাৰ হায় হায় আদি শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰি পেলাইছে ৷ এফালে মহামাৰী ক'ৰণা আৰু আনফালে বজাৰত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক ৷ যোগান মন্ত্ৰী গৰাকীৰ এনে ব্যৰ্থতাক এতিয়া সকলোৱে ধিক্কাৰ দিছে ৷

লগতে পঢ়ক: পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাপুষ্ট চন বিল আজি অৱহেলিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.