ETV Bharat / state

শোকাৱহ পথ দুৰ্ঘটনাত মৃত্য়ু দম্পতীৰ

author img

By

Published : Feb 12, 2021, 8:00 PM IST

নাৰায়ণপুৰৰ পিছলাগুৰিত এক শোকাৱহ পথ দুঘটনাত মৃত্য়ু হয় বাইক আৰোহী হেমকান্ত দলে আৰু তেওঁৰ পত্নী বুধবৰী পাদিৰৰ । দুৰ্ঘটনা সংঘটিত কৰিয়ে AS-০৭-A-২৩৭৫ নম্বৰৰ চাৰিচকীয়া বাহনখনৰ চালকে পলায়ন কৰে ।

শোকাৱহ পথ দুৰ্ঘটনাত মৃত্য়ু দম্পতীৰ
শোকাৱহ পথ দুৰ্ঘটনাত মৃত্য়ু দম্পতীৰ

লখিমপুৰ,১২ ফেব্ৰুৱাৰী: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পিছলাগুৰিত এক শোকাৱহ পথ দুঘটনা সংঘটিত হয় । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাত মৃত্যু হয় দুগৰাকীকৈ লোকৰ ৷ চাৰিচকীয়া আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে মৃত্য়ু হয় এক দম্পতীৰ । বাইক আৰোহী হেমকান্ত দলে আৰু তেওঁৰ পত্নী বুধবৰী পাদিৰৰ মৃত্য়ুত এতিয়া সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ।

শোকাৱহ পথ দুৰ্ঘটনাত মৃত্য়ু দম্পতীৰ

মৃত দম্পতীৰ ঘৰ নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত ৷ জানিব পৰা মতে হেমকান্ত দলে নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে AS ০৭ A ২৩৭৫ নম্বৰৰ চাৰিচকীয়া বাহনখনৰ চালকে পলায়ন কৰে ।

লগতে পঢ়ক:অখিলক বন্দী কৰি ৰাখি বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়ী হোৱাৰ স্বপ্ন দেখিছে: ৰাইজৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.