বিহপুৰীয়া,9 ডিচেম্বৰঃ নাৰায়ণপুৰত সোমবাৰে উগ্ৰ বন্ধ সমৰ্থকৰ ৰোষত পৰে এগৰাকী বহিঃ ৰাজ্যৰ যুৱক ৷ ঘটনা অনুসৰি নাৰায়ণপুৰত একাংশ বন্ধ সমৰ্থকে ৰাজপথত যান-বাহন ৰখাই প্ৰতিবাদ কৰি থকাৰ সময়তে প্ৰতিবাদকাৰীসকলে নাৰায়ণপুৰৰ দিশে গৈ থকা এখন বাছ ৰখাই তাত যাত্ৰী হিচাপে থকা অসমত কৰ্মৰত পশ্চিমবংগৰ নাদিয়া জিলাৰ এজন যুৱকৰ পৰা বন্ধ সমৰ্থকৰ সুৰত সুৰ মিলাই জয় আই অসম ধ্বনি আদায় কৰে ৷ বহু সময় ধৰি আবদ্ধ কৰি ৰখা যুৱকজনক অৱশেষত যাবলৈ দিয়ে বন্ধ সমৰ্থকসকলে ৷
উগ্ৰ বন্ধ সমৰ্থকৰ ৰোষত বহিঃ ৰাজ্যৰ যুৱক
উগ্ৰ বন্ধ সমৰ্থকৰ ৰোষত পশ্চিমবংগৰ যুৱক ৷ বন্ধ সমৰ্থকৰ সুৰত সুৰ মিলাই বলপূৰ্বকভাৱে আদায় কৰিলে জয় আই অসম ধ্বনি ৷
উগ্ৰ বন্ধ সমৰ্থকৰ ৰোষত বহিঃৰাজ্যৰ যুৱক
বিহপুৰীয়া,9 ডিচেম্বৰঃ নাৰায়ণপুৰত সোমবাৰে উগ্ৰ বন্ধ সমৰ্থকৰ ৰোষত পৰে এগৰাকী বহিঃ ৰাজ্যৰ যুৱক ৷ ঘটনা অনুসৰি নাৰায়ণপুৰত একাংশ বন্ধ সমৰ্থকে ৰাজপথত যান-বাহন ৰখাই প্ৰতিবাদ কৰি থকাৰ সময়তে প্ৰতিবাদকাৰীসকলে নাৰায়ণপুৰৰ দিশে গৈ থকা এখন বাছ ৰখাই তাত যাত্ৰী হিচাপে থকা অসমত কৰ্মৰত পশ্চিমবংগৰ নাদিয়া জিলাৰ এজন যুৱকৰ পৰা বন্ধ সমৰ্থকৰ সুৰত সুৰ মিলাই জয় আই অসম ধ্বনি আদায় কৰে ৷ বহু সময় ধৰি আবদ্ধ কৰি ৰখা যুৱকজনক অৱশেষত যাবলৈ দিয়ে বন্ধ সমৰ্থকসকলে ৷
Intro:নাৰায়ণপুৰত বন্ধ সমৰ্থকৰ ৰোষত কলিকতাৰ যুৱক ৷
বন্ধ সমৰ্থকৰ সুৰত সুৰ মিলাই কোৱালে জয় আই অসম ধ্বনি ৷
নাৰায়ণপুৰতে স্বৰ্তস্ফুটভাৱে ওলাই আহিছে প্ৰতিবাদকাৰী ৷Body:নাৰায়ণপুৰত বন্ধ সমৰ্থকৰ ৰোষত কলিকতাৰ যুৱক ৷

Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷