ETV Bharat / state

বহিঃৰাজ্যত অসমীয়া যুৱকৰ মৃত্যু, আহত পিতৃ

ওড়িশালৈ চাকৰি সন্ধানত যাওঁতে চলন্ত ৰে'লৰ পৰা পৰি মৃত্যুক আঁকোৱালি লৈছে লখিমপুৰৰ এজন যুৱক । দুৰ্ঘটনাটোত আহত যুৱকজনৰ পিতৃও ৷

author img

By

Published : May 2, 2019, 12:39 AM IST

বহিৰাজ্যত মৃত্যুক সাৱটিলে অসমীয়াই

লখিমপুৰ, ১ মে': বহিঃৰাজ্যত চলন্ত ৰে'লৰ পৰা পৰি মৃত্যুক আঁকোৱালি লৈছে কৰ্মৰ সন্ধানত ওড়িশালৈ যোৱা লখিমপুৰৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দীৰ্ঘামাজ গাঁৱৰ কুশৰাম হাজৰিকা নামৰ যুৱকজন । আনহাতে, ওড়িশাৰ যচপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন ঠাইত কুশৰাম হাজৰিকাৰ পিতৃ দিলীপ হাজৰিকা (৪০) ক আহত অৱস্থাত উদ্ধাৰ কৰা হয় । গুৰুত্বৰভাবে আহত দিলীপ হাজৰিকা বৰ্তমানেও উড়িশাৰ চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ বুধবাৰে এই কথা যচপুৰ আৰক্ষী চকীৰ পৰা ফোনযোগে জানিব পাৰে পৰিয়ালক লোকে ।

উল্লেখ্য যে, এই দুগৰাকী পিতা - পুত্ৰই ওড়িশালৈ চাকৰিৰ সন্ধানত ৰে'লেৰে যাত্ৰা কৰিছিল ।

#বহিৰাজ্যত চলন্ত ৰেলৰ চাঞ্চল্যকৰ ঘটনা।
# কৰ্মৰ সন্ধানত যোৱা পিতা পুত্ৰ দূৰ্বৃত্তৰ আক্ৰমণৰ বলি।
লখিমপুৰৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দীৰ্ঘামাজগাঁৱৰ কুশৰাম হাজৰিকা ( ১৮)  নামৰ এগৰাকী যুৱক ২৯ এপ্ৰিলত উড়িশাত ট্ৰেইনৰ পৰা পৰি মৃত্যু হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ ২৭ এপ্ৰিলত উড়িশালৈ  গাঁৱৰ দিলিপ হাজৰিকা( ৪০)  আৰু তেওৰ পুত্ৰ কুশৰাম হাজৰিকা ৰে'লেৰে যাত্ৰা কৰিছিল ৷ কিন্তু ২৯ এপ্ৰিলত উড়িশাৰ যচপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন ঠাইত মৃতদেহ উদ্ধাৰ হয় কুশৰাম হাজৰিকাৰ। আহত অৱস্থাত উদ্ধাৰ হয় কুশৰাম হাজৰিকাৰ পিতৃ পৰা  দিলিপ হাজৰিকা ।গুৰুত্বৰভাবে আহত দিলিপ বৰ্তমানেও উড়িশাৰ চিকিৎসালয়ত সংকতজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ এই  কথা বুধবাৰ  যচপুৰ আৰক্ষী চকীৰ পৰা ফোন যোগে পৰিয়ালক জানিবলৈ দিয়ে ৷ পিতা- পুত্ৰক ধনৰ লোভতেই দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই হত্যা কৰাৰ চেষ্টা কৰিছিল বুলি সকলোৱে সন্দেহ কৰিছে ৷
Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.