কোকৰাঝাৰ, 10 এপ্ৰিলঃ ইউপিএচচিত সফলতা লাভ কৰাৰ পাচতে বুঢ়া বাথৌক আঁঠুকৰি সেৱা ললে ফৌৰমান ব্ৰহ্ম আৰু তাপস বসুমতাৰীয়ে ৷ ইউপিএচচিত সফলতা লাভৰ কৰাৰ পাচতে দুয়োগৰাকী মেধাবী যুৱকক সম্বৰ্ধনা জনোৱা অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে ৷ উল্লেখ্য যে, কোকৰাঝাৰৰ বাসিন্দা ধনেশ্বৰ ব্ৰহ্ম আৰু ভাগিৰথী ব্ৰহ্মৰ সন্তান ফৌৰমান ব্ৰহ্মই ইউপিএচচিত ৪২৯ ৰেংক আৰু গুৱাহাটীৰ তাপস বসুমতাৰীয়ে ৬৪৫ ৰেংক লাভ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ তাৰ পাচতে ৰাজ্যৰ বিভিন্ন ঠাইত দল-সংগঠনে অব্যাহত ৰাখিছে সম্বৰ্ধনা জনোৱা পৰ্ব ৷ মঙলবাৰে কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত বাথৌ থানশালিত বড়ো জনগোষ্ঠীৰ দুই সুযোগ্য সন্তানক হৰ্ষ ধ্বনি আৰু মাংগলিক সমুহীয়া প্ৰাৰ্থনাৰে উষ্ম অভিনন্দন জনাই বাথৌ মহাসভা, বাথৌ মন্দিৰ পৰিচালনা সমিতি আৰু বাথৌ ট্ৰেডিচনাল আৰু কালচাৰেল ছচাইটিয়ে ৷ আনহাতে, সফলতা লাভ কৰা দুই যুৱক ফৌৰমান ব্ৰহ্ম আৰু তাপস বসুমতাৰীয়ে সম্বৰ্ধনাৰ অন্তত সাংবাদিকৰ আগত দেশ সেৱাৰ হকে নিজকে উছৰ্গা কৰিৱ বুলি মত প্ৰকাশ কৰে ৷
কোকৰাঝাৰ বুঢ়া বাথৌৰ সেৱা ললে ইউপিএচচিৰ স্থান প্ৰাপকে - assam news
কোকৰাঝাৰৰ বাসিন্দা ধনেশ্বৰ ব্ৰহ্ম আৰু ভাগিৰথী ব্ৰহ্মৰ সন্তান ফৌৰমান ব্ৰহ্মই ইউপিএচচিত ৪২৯ ৰেংক আৰু গুৱাহাটীৰ তাপস বসুমতাৰীয়ে ৬৪৫ ৰেংক লাভ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ বড়ো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী মেধাৱী ছাত্ৰকে সম্বৰ্থনা জনাইছে বিভিন্ন দল সংগঠনে ৷
কোকৰাঝাৰ, 10 এপ্ৰিলঃ ইউপিএচচিত সফলতা লাভ কৰাৰ পাচতে বুঢ়া বাথৌক আঁঠুকৰি সেৱা ললে ফৌৰমান ব্ৰহ্ম আৰু তাপস বসুমতাৰীয়ে ৷ ইউপিএচচিত সফলতা লাভৰ কৰাৰ পাচতে দুয়োগৰাকী মেধাবী যুৱকক সম্বৰ্ধনা জনোৱা অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে ৷ উল্লেখ্য যে, কোকৰাঝাৰৰ বাসিন্দা ধনেশ্বৰ ব্ৰহ্ম আৰু ভাগিৰথী ব্ৰহ্মৰ সন্তান ফৌৰমান ব্ৰহ্মই ইউপিএচচিত ৪২৯ ৰেংক আৰু গুৱাহাটীৰ তাপস বসুমতাৰীয়ে ৬৪৫ ৰেংক লাভ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ তাৰ পাচতে ৰাজ্যৰ বিভিন্ন ঠাইত দল-সংগঠনে অব্যাহত ৰাখিছে সম্বৰ্ধনা জনোৱা পৰ্ব ৷ মঙলবাৰে কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত বাথৌ থানশালিত বড়ো জনগোষ্ঠীৰ দুই সুযোগ্য সন্তানক হৰ্ষ ধ্বনি আৰু মাংগলিক সমুহীয়া প্ৰাৰ্থনাৰে উষ্ম অভিনন্দন জনাই বাথৌ মহাসভা, বাথৌ মন্দিৰ পৰিচালনা সমিতি আৰু বাথৌ ট্ৰেডিচনাল আৰু কালচাৰেল ছচাইটিয়ে ৷ আনহাতে, সফলতা লাভ কৰা দুই যুৱক ফৌৰমান ব্ৰহ্ম আৰু তাপস বসুমতাৰীয়ে সম্বৰ্ধনাৰ অন্তত সাংবাদিকৰ আগত দেশ সেৱাৰ হকে নিজকে উছৰ্গা কৰিৱ বুলি মত প্ৰকাশ কৰে ৷
কোকৰাঝাৰ ৯ এপ্ৰিল: কোকৰাঝাৰ চহৰৰ বাসিন্দা ধনেশ্বৰ ব্ৰহ্ম আৰু ভাগিৰথী ব্ৰহ্মৰ সুযোগ্য সন্তান ফৌৰমান ব্ৰহ্মই ইউপিএচচিত ৪২৯ ৰেংক আৰু গুৱাহাটীৰ তাপস বসুমতাৰীয়ে ৬৪৫ ৰেংক লাভ কৰি সফলতা লাভ কৰাত আজিও বিভিন্ন দল,সংগঠনে ইউপিএচচিত সফলতা অৰ্জন কৰা দুই সুযোগ্য সন্তানক সম্বৰ্ধনা জনোৱা পৰ্ব অব্যাহত ৰাখিছে ৷
Body:আজি সন্ধিয়া কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত বাথৌ থানশালিত বড়ো জনগোষ্ঠীৰ দুই সুযোগ্য সন্তানক হৰ্ষ ধ্বনি আৰু মাংগলিক সমুহীয়া প্ৰাৰ্থনাৰে উষ্ম অভিনন্দন যাঁচে বাথৌ মহাসভা ,বাথৌ মন্দিৰ পৰিচালনা সমিতি আৰু বাথৌ ট্ৰেডিচনাল আৰু কালচাৰেল ছচাইটিয়ে ৷ অৱশ্যে সফলতা লাভ কৰা দুই যুৱক ক্ৰমে- ফৌৰমান ব্ৰহ্ম আৰু তাপস বসুমতাৰীয়ে সম্বৰ্ধনাৰ অন্তত সাংবাদিকৰ আগত দেশ সেৱাৰ হকে নিজকে উছৰ্গা কৰিৱ বুলি কয় ৷
Conclusion:আজিৰ সম্বৰ্ধনা অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী আৰু বিটিচিৰ সচিব দীনেশ বড়োও উপস্থিত থাকে ৷