ETV Bharat / state

বিটিচি নিৰ্বাচন: ইউপিপিএলৰ 22 জনীয়া প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ - বিটিচি নিৰ্বাচনক লৈ তৎপৰ ইউপিপিএল

আজি মনোনয়ন পত্ৰ দাখিল কৰিব সভাপতি প্ৰমোদ বড়োৱে । বিটিচি নিৰ্বাচনক লৈ তৎপৰ ইউপিপিএল । 22 জনীয়া প্ৰথম প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ইউপিপিএলৰ ।

বিটিচি নিৰ্বাচন: ইউপিপিএলৰ 22 জনীয়া প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ

author img

By

Published : Mar 16, 2020, 9:34 AM IST

কোকৰাঝাৰ, 16 মাৰ্চ: অহা এপ্ৰিল মাহৰ 4 তাৰিখত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত বিটিচি নিৰ্বাচন ৷ বিটিচি নিৰ্বাচনক লৈ সাজু হৈছে ইউপিপিএল দল । সোমবাৰে মাজ নিশা কোকৰাঝাৰত প্ৰাৰ্থী তালিকা ঘোষণা কৰে দলটোৱে। প্ৰাৰ্থীত্ব দিয়া হৈছে জিৰণ বাসুমতাৰী (জমডুৱাৰ),চিলা বাসুমতাৰী (চৰাইবিল), উকীল মোচাহাৰী (কঁচুগাওঁ),জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম (দোতোমা),বুদ্ধদেৱ মোচাহাৰী(দেৱৰগাওঁ),প্ৰতিভা ব্ৰহ্ম (বাওঁখঙৰী),মাওতীব্ৰহ্ম হাজোআৰি (চিৰাং), ৰঞ্জিত বাসুমতাৰী ওৰফে বি আৰ ফেঁৰেংগা (চিৰাং দুৱাৰ),ৰৌনগৌৰা নাৰ্জাৰী(কাজলগাওঁ),নিৰ্মল কুমাৰ ব্ৰহ্ম (নিশ্চিমা),গুণেশ্বৰ গয়াৰী (ছুবাইঝাৰ), সুৰেশ দৈমাৰী (মানস সেৰফাং),কাতিৰাম বড়ো (বাগানপৰা),ফণীন্দ্ৰ বাসুমতাৰী (দৰংগাজুলি),ছুছিল দাস (নাগ্ৰীজুলি),প্ৰমোদ বড়ো (গৈবাৰী),প্ৰদীপ বড়ো(শুক্লাই সেৰফাং),পবিত্ৰ কুমাৰ বড়ো (গৰেশ্বৰ),বাবুল বাসুমতাৰী (খৈৰাবাৰী),দিলীপ বড়ো (খালিং দুৱাৰ),ৰুজু গৌৰা মোচাহাৰী (ধনশ্ৰী) গোবিন্দ বাসুমতাৰীয়ে (ভৈৰূপকুণ্ড) ।

ইউপিপিএলৰ 22 জনীয়া প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ

এই 22 জন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে ইউপিপিএলৰ সাধাৰণ সম্পাদক মাওঠি ব্ৰহ্ম হাজৌআৰিয়ে । প্ৰথমতো এই তালিকাত ৰাইজে জনাজাত নেতা ক্ৰমে প্ৰমোদ বড়ো, প্ৰাক্তন এনডিএফবি নেতা গোবিন্দ বাসুমতাৰী,বিআৰ ফেঁৰেংগা অন্তৰ্ভুক্ত হৈছে ।

উল্লেখ্য যে, আজি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে মনোনয়ন প্ৰত্ৰ দাখিল কৰিব ৷ আনফালে বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি বিপিএফ নেতা ৰাজীৱ ব্ৰহ্ম,দনেশ্বৰ গয়াৰী আৰু দেৰহাচদ বাসুমতাৰীয়ে কোকৰাঝাৰত মনোনয়ন পত্ৰ দাখিল কৰিব ।

লগতে চাওক- 110 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.