ETV Bharat / state

ওদালগুৰিত এন ডি এফ বিৰ প্ৰতিষ্ঠা দিৱস পালন - এন ডি এফ বি প্ৰগতিশীল আৰু ৰঞ্জন দৈমাৰী গোটৰ সুকীয়াকৈ প্ৰতিষ্ঠা দিৱস পালন

এন ডি এফ বি প্ৰগতিশীল আৰু ৰঞ্জন দৈমাৰী গোটৰ সুকীয়াকৈ প্ৰতিষ্ঠা দিৱস পালন ৷ বড়ো জাতিৰ হকে সদায় সংগ্ৰামৰ অংগীকাৰ গোবিন্দ বসুমতাৰীৰ ৷

এন ডি এফ বিৰ প্ৰতিষ্ঠা দিৱস পেৰেডৰ কাৰ্যসূচী
author img

By

Published : Oct 3, 2019, 6:32 PM IST

ওদালগুৰি, 3 অক্টোবৰ : বৃহস্পতিবাৰে ওদালগুৰিত বড়ো সশস্ত্ৰ সংগঠন এন ডি এফ বিৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । বৰ্তমান চাৰিটা ভাগত বিভক্ত হোৱা সংগঠনটোৰ আলোচনাপন্থী গোট তিনিটাই প্ৰতিষ্ঠা দিৱসটি নিজ নিজ ডেজিগনেটেত শিৱিৰত পালন কৰে ।

ওদালগুৰিত এন ডি এফ বি প্ৰগতিশীল আৰু ৰঞ্জন দৈমাৰী গোটে সুকীয়াকৈ পালন কৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷ কাৰ্যসূচী অনুসৰি পুৱা ৭:৩০ বজাত পতাকা উত্তোলন কৰে এন ডি এফ বি (প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে ।

পতাকা উত্তোলন কৰি বসুমতাৰীয়ে বড়ো জাতিৰ হকে সদায় সংগ্ৰাম কৰি যাব বুলি উল্লেখ কৰে । ইপিনে, ওদালগুৰিৰ সোণাইত থকা এন ডি এফ বি ৰ ৰঞ্জন দৈমাৰী গোটৰ ডিজিগনেটেড কেম্পতো প্ৰতিষ্ঠা দিৱস পালন কৰে সংগঠনটোৱে । প্ৰথম বাৰৰ বাবে ৰঞ্জন দৈমাৰীৰ অনুপস্থিতিত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ পতাকা উত্তোলন কৰে সাধাৰণ সম্পাদক বি অনজালুৱে ।

এন ডি এফ বি প্ৰগতিশীল আৰু ৰঞ্জন দৈমাৰী গোটৰ সুকীয়াকৈ প্ৰতিষ্ঠা দিৱস পালন

Intro:বড়ো সশস্ৰ সংগঠন এন ডি এফ বিৰ আজি ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। বৰ্তমান চাৰিটা ভাগত বিভক্ত হোৱা সংগঠনটোৰ আলোচনাপন্থী গোট তিনিটাই আজি নিজ নিজ ডেজিগনেটেন শিৱিৰণ পালন কৰে প্ৰতিষ্ঠা দিৱসটি।আজি ওদালগুৰিত এনন ডি এফ বি প্ৰগতিশীল আৰু ৰঞ্জন দৈমাৰী গোটে পালন কৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী।

Body:বড়ো সশস্ৰ সংগঠন এন ডি এফ বিৰ আজি ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। বৰ্তমান চাৰিটা ভাগত বিভক্ত হোৱা সংগঠনটোৰ আলোচনাপন্থী গোট তিনিটাই আজি নিজ নিজ ডেজিগনেটেন শিৱিৰণ পালন কৰে প্ৰতিষ্ঠা দিৱসটি। আজি ওদালগুৰিৰ সাপখাইটিস্থিত ডেজিগনেটেড শিৱিৰত সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰে গোবিন্দ বসুমতাৰী নেতৃত্বাধীন এন ডি এফ বি প্ৰগতিশীলে। কাৰ্যসূচী অনুসৰি পুৱা ৭:৩০ বজাত পতাকা উত্তোলন কৰে এন ডি এফ বি (প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে। পতাকা উত্তোলন কৰি বসুমতাৰীয়ে বড়ো জাতিৰ হকে সদায় সংগ্ৰাম কৰি যাব বুলি উল্লেখ কৰে। ইপিনে ওদালগুৰিৰ সোণাইত থকা এন ডি এফ বি ৰ ৰঞ্জন দৈমাৰী গোটৰ ডিজিগনেটেড কেম্পতো প্ৰতিষ্ঠা দিৱস পালন কৰে সংগঠনটোৱে। প্ৰথম বাৰৰ বাবে ৰঞ্জন দৈমাৰীৰ অনুপস্থিতিত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ পতাকা উত্তোলন কৰে সাধাৰণ সম্পাদক বি অনজালুৱে।

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.