ETV Bharat / state

কোকৰাঝাৰত ৰে'ল বিভাগৰ বিৰুদ্ধে সৰৱ ৰাইজ - kokrajhar

কোকৰাঝাৰ জিলাৰ চেঁচাপানীস্থিত গড়কাপ্তানি পথটো ৰে'ল বিভাগে বন্ধ কৰিব বিচৰাত স্থানীয় লোক ওলাই আহি পথ অৱৰোধ কৰে ৷ লগতে সেই স্থানত অতি শীঘ্ৰেই ক্ৰছিং গেট অথবা ফুট ব্ৰীজৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় ৷

কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি
কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Oct 29, 2020, 10:20 PM IST

কোকৰাঝাৰ, 29 অক্টোবৰ : কোকৰাঝাৰত ৰে'ল বিভাগে পথ বন্ধ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ কোকৰাঝাৰ জিলাৰ চেঁচাপানীস্থিত গড়কাপ্তানি পথটো ৰে'ল বিভাগে বন্ধ কৰিব বিচৰাত স্থানীয় লোক ওলাই আহি পথ অৱৰোধ কৰে ৷

ৰে'ল বিভাগে পথ বন্ধ কৰাক লৈ কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি
কোকৰাঝাৰত ৰে'ল বিভাগৰ বিৰুদ্ধে সৰৱ ৰাইজ

বিভাগীয় কৰ্তৃপক্ষৰ এনে কাৰ্যক সমালোচনা কৰি, চৰকাৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, সাংসদ নৱ শৰণীয়া বিৰোধী শ্ল'গান প্ৰদান কৰে ৰাইজে ৷ ইয়াৰোপৰি ৰাইজে অতি শীঘ্ৰেই সেই স্থানত ৰে'ল পথ ওপৰত ক্ৰছিং গেট অথবা ফুট ব্ৰীজৰ ব্যৱস্থা কৰিবলৈয়ো দাবী জনায় ৷ উল্লেখ্য যে, বিগত সময়ছোৱাত চেঁচাপানী গাঁৱৰ ৰে'ল পথৰ ওপৰত কোনো ধৰণৰ ক্ৰছিং বা ফুট ব্ৰীজ নথকাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ৷ লগতে ৰে'লৰ চেপাত প্ৰাণ গৈছে বহু লোকৰো ৷ .

লগতে পঢ়ক: ৰঞ্জন দৈমাৰীৰ ফাঁচী বিচাৰিছে কোনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.