ETV Bharat / state

কোকৰাঝাৰত দুদিনীয়াকৈ অনুষ্ঠিত ভাৰত-ভূটান আলোচনাচক্ৰ - NERSWN

ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অসম সীমান্তৱৰ্তী অঞ্চলৰ পানীৰ সমস্যা দূৰ কৰিবলৈ আয়োজন কৰা হয় এই আলোচনাচক্ৰ ৷ আলোচনাচক্ৰত অংশগ্ৰহণ কৰে ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কিঞ্জন দৰ্জী আৰু অসমৰ হৈ NERSWN, Oxfam India, TROSA আৰু আৰণ্যকে ৷

কোকৰাঝাৰত দুদিনীয়াকৈ অনুষ্ঠিত ভাৰত-ভূটান আলোচনাচক্ৰ
author img

By

Published : Jun 23, 2019, 4:12 PM IST

কোকৰাঝাৰ, 23 জুনঃ কোকৰাঝাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় এক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৷ ভাৰত-ভূটানৰ মাজত পানীৰ সমস্যা দূৰীকৰণক লৈ অনুষ্ঠিত হয় শীৰ্ষক আলোচনাচক্ৰখনি ৷

কোকৰাঝাৰত দুদিনীয়াকৈ অনুষ্ঠিত ভাৰত-ভূটান আলোচনাচক্ৰ

''Trans-Boundary Cooperation for Management of Water Risks between India and Bhutan'' নামে অনুষ্ঠিত হোৱা আলোচনাচক্ৰখনিত অংশগ্ৰহণ কৰে ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কিঞ্জন দৰ্জীৰ নেতৃত্বত অহা এটি সজাঁতী দলৰ লগতে অসমৰ কেবাটাও বেচৰকাৰী সংগঠনে ৷ NERSWN, Oxfam India, TROSA আৰু আৰণ্যকৰ বহুকেইগৰাকী শীৰ্ষ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা আলোচনাচক্ৰখনিত অসমৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত দুয়োখন দেশৰ মাজৰ নদীসমূহৰ পানীৰ বহনক্ষম ব্যৱহাৰৰ ওপৰত এখনি চুক্তিও সম্পাদন কৰা হয় ৷

Intro:কোকৰাঝাৰত ভূটান দেশৰ প্রাপ্তন প্ৰধানমন্ত্ৰী। ভাৰত ভূটান সীমান্তত থকা নৈ সুমক লৈ আলোচনা।

ভাৰত ভূটান সীমান্তবৰ্তি অঞ্চলত থকা ভাৰতীয় জনসাদৰণৰ বাবে এটা সু খবৰ। খোৱা পানী কাৰণে এতিয়া হাপাধুৰী খাব নালাগিব সীমান্তবৰ্তি অঞ্চলবাসীয়ে।

ভূটান দেশৰ প্রাপ্তন প্ৰধানমন্ত্ৰী কিঞ্জন দৰ্জী হৈতে ভাৰতীয় ৰ স্বাক্ষৰ।

Body: ETV BHARAT ৰ বাতৰিৰ প্ৰভাৱ। যোৱা দিনসুমত ETV BHARAT ই ভাৰত ভূটান সীমান্ত কোকৰাঝাৰ জিলাৰ চৰলাপৰা, বাক্সাৰ দৰঙামেলা বোৰত থকা জনসাধাৰণে কেনেকৈ পানী সমস্যাত ভুগিবলগা হৈ ইয়াৰ ওপৰত বাতৰি পৰিবেশন ধাৰাসাৰ কৰি আহিছিল।

যাৰফলতে কোকৰাঝাৰত ভাৰতৰ ভূটান সৈতে দুদিনিয়া আলোচনাচক্ৰ হৈযায়। যত দুই দেশৰ NERSWN, Oxfam India, TROSA আৰু Aranyak ইত্যাদি বেচৰকাৰী সংগঠন সুম ভাগ লৈ। য়ে আলোচনাচক্ৰ সীমান্তবৰ্তি অঞ্চলত খৰালি বতৰত জীৱন জীৱিকাত পানীৰ সমশ্য বাৰ্ষিখা বতৰত ভূটানৰ নৈ কেনে গাঁৱবাসীক প্ৰভাৱ পেলাই মূলত ইয়াৰ ওপৰত বিতং ভাবে আলোচনা কৰা হয়। এয়ে আলোচনা ভূটান প্রাপ্তন প্ৰধানমন্ত্ৰী কিঞ্জন দৰ্জীও ভাগ লৈ।

Conclusion:দুইদিন আলোচনাৰ অন্তত ভাৰতীয় সৈতে ভূটানৰ এক স্বাক্ষৰ কৰে যত প্রাপ্তন প্ৰধানমন্ত্ৰী কিঞ্জন দৰ্জী সীমাৱৰ্তী অঞ্চলত থকা দুই দেশৰ নাগৰিকে একেলগে সীমান্তৰ বা ভুটানৰ পানী নৈ ব্যৱহাৰ কৰিবপাৰে।

BITE_1 Kinjon Dorjee, Former PM Bhutan.
2 Raju Narzary Director NERSWN.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.