ETV Bharat / state

BTCত নিৰ্বাচিত চৰকাৰ নথকাৰ বাবেই উন্নয়নমূলক কাম পিছপৰি আছে: ধৰ্মীয় সংখ্যালঘু পৰিষদ

author img

By

Published : Sep 27, 2020, 6:30 PM IST

BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ৷ লগতে BTR চুক্তি সন্দৰ্ভত মন্তব্য কৰে সংগঠনটোৱে ৷

Religious Minority Community's pressmeet
ধৰ্মীয় সংখ্যালঘু পৰিষদ সংবাদমেল

কোকৰাঝাৰ, 27 ছেপ্তেম্বৰ: শীঘ্ৰেই BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে ধৰ্মীয় সংখ্যালঘু পৰিষদে ৷ দেওবাৰে কোকৰাঝাৰৰ চালাকাটিত এক সংবাদমেলযোগে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ মুখ্য উপদেষ্টা বক্তাৰ আলী আহমেদে কয় যে, ‘‘নিৰ্বাচিত চৰকাৰ নথকাৰ বাবেই উন্নয়নমূলক কামসমূহ যথেষ্ট পিছপৰি ৰৈছে’’ ৷

ধৰ্মীয় সংখ্যালঘু পৰিষদ সংবাদমেল

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BTCৰ দৰে সৰু অঞ্চল এটাক লৈ ৰাজনীতি কৰাৰ পৰিৱৰ্তে নিৰ্বাচন অনুষ্ঠিত কৰাত গুৰুত্ব দিব লাগে বুলি মুখ্য উপদেষ্টা গৰাকীয়ে মন্তব্য কৰে ৷ লগতে BTR চুক্তি সন্দৰ্ভত তেওঁ কয় যে, ‘‘BTR চুক্তি ৰূপায়ন হোৱাতো ভাল, কিন্তু এই চুক্তিত সাধাৰণৰ শ্ৰেণীৰ লোকৰ বাবে একো সুবিধা নাই’’ ৷

লগতে পঢ়ক: ধুবুৰীত নাবালক শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.