ETV Bharat / state

জম্মু কাশ্মীৰৰ ঘটনাক লৈ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া - Pulwama attack

চৰকাৰৰ ফালৰ পৰা নিহত জোৱান মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ ২০ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য়ৰ ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত দত্তই

জম্মু কাশ্মীৰৰ ঘটনাক লৈ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া
author img

By

Published : Feb 16, 2019, 8:21 PM IST

কোকৰাঝাৰ,১৬ ফেব্ৰুৱাৰীঃ কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদৰৰ আক্ৰমণত নিহত সকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী ৰঞ্জিত দত্তই। লগতে অসমৰ বীৰ জোৱান বাক্সাৰ তামুলপুৰ মহকুমাৰ মনেশ্বৰ বসুমতাৰীৰ মৃত্য়ুত গভীৰ শোক প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

জম্মু কাশ্মীৰৰ ঘটনাক লৈ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া
undefined

চৰকাৰৰ ফালৰ পৰা নিহত জোৱান গৰাকীৰ পৰিয়াললৈ ২০ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য়ৰ দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী ৰঞ্জিত দত্তই। কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰেই এই সন্দৰ্ভত বিহিত ব্য়ৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য় কৰে মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী ৰঞ্জিত দত্ত ৰ পোলোম ত বৃস্পতিবাৰে সন্ত্ৰাসবাদী বিস্ফোৰণৰ ওপৰত প্ৰতিক্ৰিয়া। কেন্দ্ৰীয় চৰকাৰে তাৰ ওপৰত সিদ্ধান্ত অতি ছিগৰে গ্ৰহণ কৰিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.