কোকৰাঝাৰ, 13 মেঃ অৱশেষত নতুন দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ বিশেষ ৰেলখনে প্ৰেৱেশ কৰিলে অসমত ৷ ২ ঘণ্টা পলমকৈ সন্ধিয়া ৭.15 বজাত কোকৰাঝাৰ ৰেল ষ্টেচন পালিহে ৰেলখন ।
![RAJDHANI EXPRESS ENTERED TO ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-koj-special-train-welcome-01-vis-rtu-7204384_13052020204538_1305f_03354_843.jpg)
কোকৰাঝাৰত আদৰণি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ