ETV Bharat / state

অসম পালেহি ৰাজধানী এক্সপ্ৰেছঃ কোকৰাঝাৰত আদৰণি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ - RAJDHANI EXPRESS

কোকৰাঝাৰ ৰেল ষ্টেচনত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৯ জন যাত্ৰীয়ে নামে । মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে তেওঁৰ কেইগৰাকীমান সহযোগীক লগত লৈ আৰনাই দেখুৱাই আদৰণি জনাই যাত্ৰীসকলক ।

RAJDHANI EXPRESS ENTERED TO ASSAM
কোকৰাঝাৰত আদৰণি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ
author img

By

Published : May 13, 2020, 9:18 PM IST

কোকৰাঝাৰ, 13 মেঃ অৱশেষত নতুন দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ বিশেষ ৰেলখনে প্ৰেৱেশ কৰিলে অসমত ৷ ২ ঘণ্টা পলমকৈ সন্ধিয়া ৭.15 বজাত কোকৰাঝাৰ ৰেল ষ্টেচন পালিহে ৰেলখন ।

RAJDHANI EXPRESS ENTERED TO ASSAM
কোকৰাঝাৰত আদৰণি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ
জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতিৰে যাত্ৰীক নমোৱাৰ লগতে তেওঁলোকৰ সামগ্ৰী সমূহক চেনিটাইজাৰ কৰে ৷ ইয়াৰোপৰি ট্ৰেইনৰ পৰা নমাৰ লগে-লগে স্বাস্থ্য পৰীক্ষা কৰোৱা প্ৰতিগৰাকী যাত্ৰীৰ ।

তথ্য অনুসৰি, কোকৰাঝাৰ ৰেল ষ্টেচনত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৯ জন যাত্ৰীয়ে নামে । মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ে তেওঁৰ কেইগৰাকীমান সহযোগীক লগত লৈ আৰনাই দেখুৱাই আদৰণি জনাই যাত্ৰীসকলক । প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ অন্তত যাত্ৰীসকলক কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। কোকৰাঝাৰত বৰ্তমানলৈকে মুঠ ১৮০০ গৰাকীৰো অধিক লোকক কোৱাৰেণ্টাইন কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.