ETV Bharat / state

Providing free medical care at Kokrajhar : ঘৰে ঘৰে জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান

শনিবাৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত এখন ৰোগমুক্ত বিটিআৰ গঠনৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে ৰোগ নিৰ্মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (BTR health department launched Disease Eradication Programmes) ৷ কাৰ্যসূচী অনুসৰি, ঘৰে ঘৰে জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় (Providing free medical care at Kokrajhar) ৷

btr-health-department-has-launched-disease-eradication-programmes-at-kokrajhar
ৰোগমুক্ত বিটিআৰ গঠনৰ লক্ষ্যৰে বিটিআৰৰ ৰোগ নিৰ্মুল কাৰ্যসূচী
author img

By

Published : Jan 2, 2022, 2:21 PM IST

কোকৰাঝাৰ, 2 জানুৱাৰী : নৱবৰ্ষৰ পহিলা দিনাই বিটিআৰৰ স্বাস্থ্য বিভাগে এক উল্লেখনীয় পদক্ষেপ হাতত লৈছে ৷ শনিবাৰে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত এখন ৰোগমুক্ত বিটিআৰ গঠনৰ লক্ষ্যৰে বিটিআৰৰ স্বাস্থ্য বিভাগে ৰোগ নিৰ্মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (BTR health department launched Disease Eradication Programmes) ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যৱাহী সদস্য অৰূপ কুমাৰ দে'ই ৷

এই কাৰ্যসূচীত উপস্থিত থাকি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অৰূপ কুমাৰ দে'-এ কয় যে, শীঘ্ৰে বিটিআৰৰ প্ৰতিখন জিলাত জ্যেষ্ঠ নাগৰিকসকলক ৰোগ নিৰ্মূল বিটিআৰ গঠনৰ উদ্দেশ্যৰে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হ'ব (Providing free medical care at Kokrajhar) ৷

ৰোগমুক্ত বিটিআৰ গঠনৰ লক্ষ্যৰে বিটিআৰৰ ৰোগ নিৰ্মূল কাৰ্যসূচী

এই কাৰ্যসূচীৰ অধীনত চিকিৎসক, নাৰ্চ আৰু চিকিৎসা কৰ্মীসকলে ঘৰে ঘৰে গৈ জ্যেষ্ঠ নাগৰিকক চিকিৎসা সেৱা আগবঢ়াব বুলি সদৰী কৰিছে কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই ৷ ইতিমধ্যে শনিবাৰে প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ফকিৰাগ্ৰাম পুৰণি বজাৰ এলেকাত থকা কেইবাগৰাকীও বৃদ্ধলোকৰ শাৰিৰীক পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰে ৷

লগতে পঢ়ক : CM to visit Sasoni Merbil Eco Tourism Park : মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মেৰবিলত প্ৰশাসনৰ তৎপৰতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.