ETV Bharat / state

বিটিচি নিৰ্বাচন সুকলমে অনুষ্ঠিত হ'বলৈ বুঢ়া বাথৌৰ আৰ্শীবাদ ল’লে প্ৰমোদ বড়োৱে

সমাগত বিটিচি নিৰ্বাচন ৷ বিটিচি নিৰ্বাচন সুকলমে অনুষ্ঠিত হ'বলৈ ভগবানৰ ওচৰত সেৱা প্ৰাৰ্থনা ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ ৷

Pramod Boro with the blessings of god for the conduct of BTC elections
বিটিচি নিৰ্বাচন সুকলমে অনুষ্ঠিত হ'বলৈ বুঢ়া বাথৌকৰ আৰ্শীবাদ ললে প্ৰমোদ বড়োৱে
author img

By

Published : Nov 8, 2020, 12:32 PM IST

কোকৰাঝাৰ, 8 নবেম্বৰ : আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনকলৈ পৰিষদীয় অঞ্চলটোৰ চৌদিশে এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে ৷ সমান্তৰালকৈ মঠ মন্দিৰ, মছজিদ, গীৰ্জা আদি পবিত্ৰ ঠাইবোৰত গৈ ভগবান বা আল্লাৰ আৰ্শীবাদ বিচাৰি সেৱা কৰাও পৰিলক্ষিত হৈছে ৷

Pramod Boro with the blessings of god for the conduct of BTC elections
বিটিচি নিৰ্বাচন সুকলমে অনুষ্ঠিত হ'বলৈ বুঢ়া বাথৌৰ আৰ্শীবাদ ল’লে প্ৰমোদ বড়োৱে

দেওবাৰে ৰাতিপুৱাই কোকৰাঝাৰ জিলাৰ হুলটোগাঁও স্থিত বড়ো সকলৰ প্ৰাচীন চৌথো বাথৌ ছাগৌৰ থানচালিত গৈ পূজা-অৰ্চনা কৰে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ আগন্তুক বিটিচি নিৰ্বাচন সুকলমে পাৰ হৈ যোৱাৰ কামনা কৰে প্ৰমোদ বড়োৱে ৷ উল্লেখ্য যে, বিটিচি পৰিষদীয় বাওঁশুঙৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মী সকলে সংগ দিয়ে প্ৰমোদ বড়োক ৷

লগতে পঢ়ক : কোকৰাঝাৰৰ আত্মহত্যাৰ ঘটনাক লৈ চিবিআইৰ তদন্ত দাবী বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.